ETV Bharat / bharat

‘মিচন মংগল’ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Jul 21, 2019, 1:59 PM IST

ভাৰতৰ মঙল অভিযানৰ ওপৰত আধাৰিত ছবি ‘মিচন মঙল’ৰ ট্ৰেইলাৰ মুকলি ৷

‘মিচন মঙ্গল’ৰ ট্ৰেইলাৰ মুকলি

নিউজ ডেস্ক, 21 জুলাইঃ 18 জুলাইত মুকলি হয় ভাৰতৰ মঙল অভিযানৰ ওপৰত আধাৰিত ছবি ‘মিচন মংগল’ৰ ট্ৰেইলাৰ ৷

ছবিখনত বিদ্যা বালান, অক্ষয় কুমাৰ, তাপসী পন্নু, সোণাক্ষী সিনহা, শ্বাৰমান যোশীকে আদি কৰি কেইবাগৰাকীও নবীন-প্ৰবীণ অভিনেতাই ৷

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ(ISRO)ৰ বিজ্ঞানীসকলৰ ভাৰতৰ মঙল অভিযানত থকা অৱদানৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ছবিখন 15 আগষ্টত মুকলি হ’ব ৷

  • Trailer on 18 July 2019... New poster of #MissionMangal... Stars Akshay Kumar, Vidya Balan, Sonakshi Sinha, Taapsee Pannu, Nithya Menen, Kirti Kulhari and Sharman Joshi... Directed by Jagan Shakti... Presented by Fox Star Studios... 15 Aug 2019 release. pic.twitter.com/aEmoSnPPkh

    — taran adarsh (@taran_adarsh) July 16, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

'MISSION MANGAL' LAUNCH

‘মিচন মঙ্গল’ৰ ট্ৰেইলাৰ মুকলি

18 জুলাইত মুকলি হয় ভাৰতৰ মঙল অভিযানৰ ওপৰত আধাৰিত ছবি ‘মিচন মঙল’ৰ ট্ৰেইলাৰ ৷ ছবিখনত বিদ্যা বালন, অক্ষয় কুমাৰ, তাপসী পন্নু, সোণাক্ষী সিনহা, শ্বাৰমান যোশীকে আদি কৰি কেইবাগৰাকীও নৱীন প্ৰৱীন অভিনেতায়ে ৷ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ(ISRO)ৰ বিজ্ঞানী সকলৰ ভাৰতৰ মঙল অভিযানত থকা অৱদানৰ ওপৰত আধাৰ কৰি নিৰ্মান কৰা হৈছে ছবিখন ৷ ছবিখন 15 আগষ্টত মুকলি হ’ব ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.