ETV Bharat / bharat

ডিমাপুৰত আছাম ৰাইফলছৰ অভিযান

author img

By

Published : May 27, 2019, 7:13 PM IST

অভিযানত আটক NSCN(IM)-ৰ কেডাৰ

ডিমাপুৰত আছাম ৰাইফলছৰ অভিযান
  1. ডিমাপুৰৰ দোয়াপুৰ গাঁৱত আছাম ৰাইফলছৰ অভিযান
  2. অভিযানত আটক NSCN(IM)-ৰ কেডাৰ
  3. অভিযানত এছ এছ লিচি হেহুথু, চিঙ্ঘনী,অজিডব্লিউ আৰু খেলিহো নামৰ চাৰিজন কেডাৰ আটক
  4. অভিযানত 5 টা পিষ্টল , এটা 12 বৰ বন্দুক 600 ৰাউণ্ড গুলী আৰু 34 যোৰ সামৰিক পোছাক উদ্ধাৰ
  5. অধিক তদন্তৰ বাবে ডিমাপুৰৰ পশ্চিম আৰক্ষী চকীলৈ প্ৰেৰণ জব্দ হোৱা সামগ্ৰীখিনি

Intro:Body:

ARMY OPERATION AGAINST NSCN

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.