ETV Bharat / bharat

অৰুণাচল আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত NSCN কেডাৰ আটক - Arunachal pradesh

অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ সৈতে ভাৰতীয় সেনাৰ দল এটাই ২৩ জুনত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা NSCN ৰ দুজন কেডাৰ আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এক গোপন সূত্ৰৰ পম খেদি দলটিয়ে এই অভিযান চলাইছিল ।

ARMY APPREHENDS TWO CADRES AND ONE OGW OF NSCN (IM) IN LONGDING DISTRICT

author img

By

Published : Jun 25, 2020, 10:40 PM IST

নিউজ ডেস্ক, ২৫ জুন : অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ সৈতে ভাৰতীয় সেনাৰ দল এটাই ২৩ জুনত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা NSCN ৰ দুজন কেডাৰ আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এক গোপন সূত্ৰৰ পম খেদি দলটিয়ে এই অভিযান চলাইছিল ।

গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে এছ এজ চাৰ্জেন্ট মেজা নাহম আৰু এছ এছ প্ৰাইভেট টোংগলোংগ বাগজেন বুলি জানিব পৰা গৈছে ।

ARMY APPREHENDS TWO CADRES AND ONE OGW OF NSCN (IM) IN LONGDING DISTRICT
অৰুণাচল আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত NSCN কেডাৰ আটক

সন্দেহ কৰা অনুসৰি, আটকাধীন ব্যক্তি কেইগৰাকীয়ে জিলাখনত ৰাষ্ট্ৰবিৰোধী কাম কৰিবলৈ খোপনি পুতিছিল । অভিযানকাৰী দলটোৱে ব্যক্তি কেইগৰাকীৰ পৰা পইন্ট ৩২ পিষ্টল, ছয় জাঁই সজীৱ গুলী, তিনিটা মোবাইল ফোন, ১০ গ্ৰাম আফ্ৰিন আৰু ৫০০০ হাজাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.