ETV Bharat / bharat

আমেৰিকাত প্ৰতিবাদৰ বাবে ব্যবহাৰ কৰা বেনাৰ প'ষ্টাৰ সংৰক্ষণৰ ব্যৱস্থা - ট্ৰাম্প

আমেৰিকাত প্ৰতিবাদকাৰী সকলৰ ওপৰত এসপ্তাহ আগতে যি দৰে বেৰিকেড লগাই টিয়েৰ গেছ প্ৰয়োগ কৰিছিল ফলত বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছিল । প্ৰতিবাদকাৰী সকলে এইবাৰ নতুন কেীশল প্ৰয়োগৰে প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ হাতে হাতে বেনাৰ আৰু ছবি অংকন কৰি, প্ৰতিবাদৰ অন্তত সেই সমূহ সংগ্ৰাহলয়ত সংৰক্ষণৰ ব্যবস্হা কৰিব ।

আমেৰিকাত প্ৰতিবাদৰ বাবে ব্যবহাৰ কৰা বেনাৰ প'ষ্টাৰ  সংৰক্ষণৰ ব্যবস্হা
আমেৰিকাত প্ৰতিবাদৰ বাবে ব্যবহাৰ কৰা বেনাৰ প'ষ্টাৰ সংৰক্ষণৰ ব্যৱস্থা
author img

By

Published : Jun 12, 2020, 5:42 PM IST

নিউজ ডেস্ক ,১২জুনঃ আমেৰিকাৰ হোৱাই হাউছৰ সন্মুখত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী চিলিছিল বিভিন্ন দাবীত ৷ ইয়াৰ পিচতে প্ৰতিবাদকাৰী সকলক তাৰ পৰা আৰক্ষী বাহিনীয়ে আতৰাই পঠাইছিল । কিন্তু তাতে এনে কিছুমান প্ৰতিবাদকাৰী আছিল যি সকলে হাতত বেনাৰ প'ষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল তাত থকা দেৱাল বিলাকত লগাই যেন এক সংগ্ৰাহলয় আৰু বিভিন্ন দাবী সম্বলিত প'ষ্টাৰ বোৰে যেন এক পৰ্দৰশনী মেলাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে ।

আমেৰিকাত প্ৰতিবাদৰ বাবে ব্যবহাৰ কৰা বেনাৰ প'ষ্টাৰ  সংৰক্ষণৰ ব্যবস্হা
আমেৰিকাত প্ৰতিবাদৰ বাবে ব্যবহাৰ কৰা বেনাৰ প'ষ্টাৰ সংৰক্ষণৰ ব্যৱস্থা

ইপিনে মাজনিশা বৃহস্পতিবাৰে প্ৰশাসনে নিৰাপত্তাৰ বাবে কেতবোৰ গুৰুত্বপূণ গোপনীয় সেৱা মুকলি কৰে যাতে প্ৰতিবাদৰ সময়ত নজৰ ৰাখিব পাৰে সকলো দিশ । আনহাতে সম্প্ৰতি হোৱাইট হাউছ জনসাধাৰণৰ কাৰণে মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে ।

প্ৰতিবাদকাৰী সকলে বেৰিকেড ভাঙি হ'লেও প্ৰতিবাদ সাব্যস্ত কৰিছিল উক্ত দিন কেইটাত হোৱাইট হাউছৰ সন্মুখত । যেতিয়া ট্ৰাম্পে হোৱাইট হাউছৰ পৰা ওলাই আহি কাষতে থকা গীৰ্জা এটাৰ সন্মুখত হাতত বাইবেল লৈ ফটো উঠিবৰ বাবে প'জ দিছিল । তেতিয়াই প্ৰতিবাদকাৰীসকলক টাৰ পৰা আতৰাবলৈ আৰক্ষীয়ে টিয়েৰ গেছ প্ৰয়োগ কৰিব লগা হৈছিল । যাৰ বাবে বহু প্ৰতিবাদকাৰী ক্ষুণ্ণ হৈ পৰিছিল প্ৰশাসনৰ ওপৰত তাৰ প্ৰতিবাদ জনাই প'ষ্টাৰ আৰু বেনাৰ দেখোৱাই প্ৰতিবাদ জনাই প্ৰতিবাদকাৰী সকলে ।

আনহাতে ইয়াকে লৈ কিছুনানে সংগ্ৰহালয়ত সংগ্ৰহ কৰি থব প্ৰতিবাদকাৰী সকলে ব্যৱহাৰ কৰা সুন্দৰ সুন্দৰ বেনাৰ প'ষ্টাৰ বোৰ । আনহাতে প্ৰতিবাদকাৰী সকললৈ NMAAHC য়ে আহ্বান জনাইছে যে প্ৰতিবাদকাৰী সকলে সেই বেনাৰ প'ষ্টাৰ যাতে প্ৰতিবাদ কৰাৰ পিছত নষ্ট নকৰি তেওঁলোকৰ হাতত জমা দিয়ে যাতে সংগ্ৰাহলয়ত সেই সমূহ সংগ্ৰহ কৰি ৰাখিব পাৰে ।

লগতে চাওকঃ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ব্ৰাজিলত জনতাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.