ETV Bharat / bharat

এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

দিল্লীস্থিত এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহক ৷

Amit Shah admitted to AIIMS in Delhi
এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ
author img

By

Published : Aug 18, 2020, 10:47 AM IST

Updated : Aug 18, 2020, 12:46 PM IST

নেশ্যনেল ডেক্স,18 আগষ্টঃ মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

এইমছে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি সম্প্ৰতি তেখেতে কিছু সুস্থ অনুভৱ কৰিছে আৰু তেখেতে চিকিৎসালয়ৰ পৰাই কামকাজ অব্যাহত ৰাখিব ৷ বিবৃতিত আৰু প্ৰকাশ কৰিছে যে, তেখেতক কোভিড 19ৰ পৰৱৰ্তী চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

Amit Shah admitted to AIIMS in Delhi
এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

উল্লেখ্য যে, বিগত 2 আগষ্টত কোভিড 19 পজিটিভ বুলি ধৰা পৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 13 আগষ্টত তেখেতে কোভিড 19ৰ পৰা আৰোগ্য লাভ কৰা বুলি ঘোষণা কৰি কিছু দিনৰ বাবে হোন আইচোলেছনত থকাৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক-ক'ভিড-19 গ্ল'বেল ট্ৰেকাৰ

Last Updated : Aug 18, 2020, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.