ETV Bharat / bharat

কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ?

author img

By

Published : Dec 13, 2020, 10:11 PM IST

স্বাধীনতাৰ পাছত ভাৰতৰ কৃষক ৰাজনীতিৰ তেও আছিল সৰ্বেসৰ্বা ৷ সেই সময়ত দেশৰ বিভিন্ন স্থানত কৃষক সংগঠনৰ সৃষ্টি হয় আৰু কৃষক সকলৰ কেবাগৰাকীও নেতা ওলাই আহে ৷ সময়ৰ সোঁতত তেওলোক সলনি হ‘ল ৷ কিন্তু কেতিয়াও সলনি নহল চৌধৰী মহেন্দ্ৰ সিং টিকেইত ৷

about-to-late-farmer-leader-mahendra-singh-tikait-in-uttar-pradesh
কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেত ?

নিউজ ডেস্ক, 13 ডিচেম্বৰ : কৃষি বিলৰ বিৰুদ্ধে কৃষকৰ আন্দোলন অব্যাহত আছে ৷ পাঞ্জাৱ-হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষক সকলে দিল্লী সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহি পৰিছে ৷ কেন্দ্ৰ চৰকাৰৰ সকলো প্ৰস্তাৱক কৃষক সকলে খাৰিজ কৰিছে ৷ ইয়াৰোপৰিও এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰৰে হোৱা কৃষকৰ কেইবালানি আলোচনা এতিয়াও সিদ্ধান্তত উপনীত নহ'ল ৷

about-to-late-farmer-leader-mahendra-singh-tikait-in-uttar-pradesh
কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ?

নিজৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ সৈতে প্ৰত্যক্ষ যুঁজত নামি পৰা কৃষক সকলক হয়তো আজি চৌধুৰী মহেন্দ্ৰ সিং টিকেইতৰ অনুপস্থিতি উপলব্ধি কৰাইছে ৷ কৃষক সকলৰ পক্ষত এক বটবৃক্ষ হৈ থিয় দিয়া চৌধৰী মহেন্দ্ৰ সিং টিকেইত সেই সময়ৰ আছিল যেতিয়া সমগ্ৰ দেশৰ পৰা কৃষক সকল সদায় তেওঁৰ পক্ষত থিয় দিছিল ৷ 80 আৰু 90 ৰ দশকৰ সেই সময়ত চৌধুৰী মহেন্দ্ৰ সিং টিকেইতৰ মুখৰ পৰা চৰকাৰৰ বিৰুদ্ধে হুংকাৰ ওলায়, তেতিয়াই চৰকাৰে ওলোটা ভৰিৰে আহি তেওঁৰ কাষ চাপেহি ৷

স্বাধীনতাৰ পাচত ভাৰতৰ কৃষক ৰাজনীতিৰ তেওঁ আছিল সৰ্বেসৰ্বা ৷ সেই সময়ত দেশৰ বিভিন্ন স্থানত কৃষক সংগঠনৰ সৃষ্টি হয় আৰু কৃষক সকলৰ কেবাগৰাকীও নেতা ওলাই আহে ৷ সময়ৰ সোঁতত তেওলোক সলনি হ‘ল ৷ কিন্তু কেতিয়াও সলনি নহ'ল চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ৷ যাৰ বাবেই হয়তো কৃষক সকলৰ মনত নিজৰ এক পৃথক পৰিচয় বনাবলৈ সক্ষম হৈছিল তেওঁ ৷ কৃষকৰ হিতে কৰিবলগীয়া যিকোনো কাম কৰিবলৈ তেওঁ সাহসেৰে ওলাই আহিছিল আৰু সততাৰে সেই কাৰ্য সম্পাদন কৰিছিল ৷

কৃষক সকলৰ স্বাৰ্থত তেওঁ বহুবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল ৷ কিন্তু প্ৰত্যেক বাৰেও তেওঁ নিজৰ আন্দোলনক অহিংসাৰ পথত ৰাখি কৰি গৈছিল ৷ 1887 ৰ পাছত তেখেতৰ অন্তিম সময়লৈকে তেওঁ ভাৰতৰ কৃষকৰ একছত্ৰী নেতা হৈ আছিল ৷ বিভিন্ন সময়ত তেখেতৰ শক্তিক ম্লান কৰাৰ বাবে বিভিন্ন চৰকাৰে বহু চেষ্টা কৰিও যেন বিফল হ‘ল ৷

বিশাল আন্দোলন সমূহক নিয়ন্ত্ৰণ কৰা সাধাৰণ কথা নহয় ৷ কিন্তু চৌধুৰী মহেন্দ্ৰ সিং টিকেইত এই ক্ষেত্ৰত যথেষ্ট সফল আছিল ৷ তেওঁ যথেষ্ট অনুশাসনৰ মাজেৰে শৃংখলাবদ্ধভাৱে লাখ লাখ কৃষকৰ সমাৱেশকো কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ পৰিচালনা কৰিব পাৰিছিল ৷

লগতে পঢ়ক: নাইজেৰিয়াৰ বৰ্ডিং স্কুলত অস্ত্ৰধাৰীৰ ভয়ংকৰ আক্ৰমণঃ সন্ধানহীন 400 ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.