ETV Bharat / bharat

চেন্নাইৰ IIT ত নতুনকৈ 79 গৰাকীৰ দেহত ক‘ভিড-19 পজিটিভ - মঙলবাৰে মাড্ৰাছ কেম্পাস্থিত

1 ডিচেম্বৰ পৰা আই আই টি প্ৰতিষ্ঠান খনৰ পৰা 978 টা নমুনাৰ সংগ্ৰহ কৰা হৈছিল ৷ তাৰে ভিতৰত 183 গৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল ৷ বৰ্তমান পৰ্যন্ত 25 টা নমুনাৰ ফলাফল অহা নাই বুলি জনাই তামিলনাডুৰ স্বাস্থ্য সচিব জে ৰাধাকৃষ্ণনে ৷

চেন্নাইৰ IIT ত নতুনকৈ 79 গৰাকীৰ দেহত ক‘ভিড-19 পজিটিভ

author img

By

Published : Dec 15, 2020, 8:17 PM IST

নিউজ ডেস্ক,15 ডিচেম্বৰঃ মঙলবাৰে মাড্ৰাছ কেম্পাস্থিত ভাৰতীয় প্ৰযুক্তি- বিদ্যা প্ৰতিষ্ঠানত 79 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷ ইয়াক লৈ প্ৰতিষ্ঠান খনত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 183 গৰাকীলৈ বৃদ্ধি পালে বুলি এগৰাকী বিষয়াই সদৰি কৰে ৷

উল্লেখযোগ্য যে, 1 ডিচেম্বৰ পৰা আই আই টি প্ৰতিষ্ঠান খনৰ পৰা 978 টা নমুনাৰ সংগ্ৰহ কৰা হৈছিল ৷ তাৰে ভিতৰত 183 গৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল ৷ বৰ্তমান পৰ্যন্ত 25 টা নমুনাৰ ফলাফল অহা নাই বুলি জনাই তামিলনাডুৰ স্বাস্থ্য সচিব জে ৰাধাকৃষ্ণনে ৷

ইপিনে সোমবাৰ পৰ্যন্ত 104 গৰাকীৰ দেহত ক’ভিড পজিটিভিৰ সংখ্যা আছিল পুনৰ 79 গৰাকীৰ দেহত পজিটিভ পোৱাত বৰ্তমান আক্ৰান্তৰ সংখ্যা183 লৈ বৃদ্ধি পালে ৷ ইপিনে সোমবাৰেই 539 টা ক’ভিডৰ নমুনা সংগ্ৰহ কৰা হৈছিল য’ত শিক্ষাৰ্থীৰ লগতে প্ৰতিষ্ঠান খনত বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীও আছে ৷

ইপিনে বিষয়া গৰাকীয়ে উল্লেখকৰে যে, পূৰ্ৱতে যি দৰে প্ৰতিষ্ঠানখনত আক্ৰন্তৰ সংখ্যা 20 শতাংশ আছিল সম্প্ৰতি 15 শতাংশলৈ হ্ৰাস পাইছে বুলি তামিলনাডুৰ স্বাস্থ্য সচিব জে ৰাধাকৃষ্ণনে সদৰি কৰে ৷

লগতে পঢ়কঃ গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.