ETV Bharat / bharat

মধ্যপ্ৰদেশৰ চাটনাত বাছ দূৰ্ঘটনা : 5 জন নিহত

বাছ দূৰ্ঘটনাত নিহত 5 জন আৰু আহত 20 জনকৈ যাত্ৰী ৷ মধ্যপ্ৰদেশৰ চাটনাত সংঘটিত এই দূৰ্ঘটনা ৷

author img

By

Published : Nov 15, 2019, 11:39 PM IST

মধ্যপ্ৰদেশৰ চাটনাত বাছ দূৰ্ঘটনা

নেশ্বনেল ডেস্ক, 15 নৱেম্বৰ : মধ্যপ্ৰদেশৰ চাটনা জিলাত দূৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ ৷ দুৰ্ঘটনাটোত 5 গৰাকীকৈ যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হয় 20 গৰাকীৰো অধিক লোক ৷ বাছখনত আছিল প্ৰায় 50 গৰাকী যাত্ৰী ৷ মাইহাৰৰ পৰা কাটনী অভিমুখী আছিল বাছখন ৷ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি ৷

Intro:सतना ब्रेक --
मैहर अमडा नाला नेशनल हाईवे पावर हाउस के सामने तेज रफ्तार बस पलटी.
बस क्रमांक mp19 p0149
बस रोड से 5 फीट नीचे गिरी जिसमे दर्जन भर से अधिक लोग बस के नीचे दबे हुए हैं.
बस डाइवर की मौत.
मैहर से कटनी की तरफ जा रही थी बस.
गामीणों ने किया चक्काजाम.
मैहर पुलिस मौके पर पहुंची ।
बस में लगभग 50 लोग सवार थे.
दुर्घटना में 5 लोगो की हुई मौत. दो दर्जन भर से अधिक लोग घायल.
घायलों को उपचार के लिए मैहर सिविल अस्पताल पहुंचाया गया ।
सभी लोग रीवा में आयोजित विरसामुंडा के कार्यक्रम से वापस आ रहे थे ।
सभी लोग मैहर के भैंसासुर और इटहरा गाँव के रहने वाले थे ।Body:--Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.