ETV Bharat / bharat

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 5

author img

By

Published : Aug 17, 2020, 5:42 AM IST

গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিহত পাঁচজন ৷

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 5
দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 5

নিউজ ডেস্ক, 17 আগষ্ট : গুজৰাটৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ মাজত ভয়াৱহ সংঘৰ্ষ ৷ এই সংঘৰ্ষত থিতাতে নিহত হয় পাঁচজনকৈ লোক আৰু আহত হয় আন কেইবাজনো ৷ আঙত সংকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নদীয়াদৰ অগ্নি নিৰ্বাপন বাহিনীৰ অধীক্ষক দীক্ষিত পেটেলে কয় যে, ঘটনাটোত পাঁচজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে চাৰিজন লোক ৷

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 5
দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত 5

লগতে পঢ়ক : নাজিৰাত চৰ্চাত "Mission egg-ঘৰে ঘৰে কুকুৰা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.