ETV Bharat / bharat

কাশ্মীৰত সেনাৰ গুলীত নিহত দুই জইচ এ মহম্মদৰ কেডাৰ - ইটিভি অসম

বুধবাৰে ৰাতিপুৱাৰে পৰা চপিয়ানৰ মেমাণ্ডাৰত নিহত হৈছে সন্ত্ৰাসবাদী দুজন।

ETV BHARAT
author img

By

Published : Feb 27, 2019, 11:45 AM IST

নিউজ ডেস্ক,27 ফেব্ৰুৱাৰীঃ জন্মু-কাশ্মীৰৰ চপিয়ান জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ মাজৰ সংঘৰ্ষত নিহত জইচ এ মহম্মদৰ দুজন সন্ত্ৰাসবাদী ।

বুধবাৰে ৰাতিপুৱাৰে পৰা চপিয়ানৰ মেমাণ্ডাৰত অব্যাহত আছিল সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ জইচ এ মহম্মদৰ দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ পাচতে অন্ত পৰিছে সংঘৰ্ষৰ ।

JEM

পাকিস্তানৰ ভূমিত ভাৰতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰাৰ পাছৰে পৰা সীমান্তৰ বিভিন্ন অঞ্চলত অব্যাহত আছে সন্ত্ৰাসবাদীৰ গতিবিধি । সন্ত্ৰাসবাদীক দমনৰ উদ্দেশ্যে জম্মু-কাশ্মীৰত সেনাৰ 23 পেৰা, চি আৰ পি এফ আৰু এছ অ জি বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান ।

2 jaish terrorists killed in shopian

কাশ্মীৰত সেনাৰ গুলীত নিহত দুই জইচ এ মহম্মদৰ কেডাৰ 

নিউজ ডেস্ক,27 ফেব্ৰুৱাৰীঃ জন্মু-কাশ্মীৰৰ চপিয়ান জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ মাজৰ সংঘৰ্ষত নিহত জইচ এ মহম্মদৰ দুজন সন্ত্ৰাসবাদী । 

বুধবাৰে ৰাতিপুৱাৰে পৰা চপিয়ানৰ মেমাণ্ডাৰত অব্যাহত আছিল সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ  জইচ এ মহম্মদৰ দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ পাচতে অন্ত পৰিছে সংঘৰ্ষৰ । 

পাকিস্তানৰ ভূমিত ভাৰতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰাৰ পাছৰে পৰা সীমান্তৰ বিভিন্ন অঞ্চলত অব্যাহত আছে সন্ত্ৰাসবাদীৰ গতিবিধি । সন্ত্ৰাসবাদীক দমনৰ উদ্দেশ্যে জম্মু-কাশ্মীৰত সেনাৰ 23 পেৰা, চি আৰ পি এফ আৰু এছ অ জি বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান । 
Sophian_Feb27.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.