ETV Bharat / bharat

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু পশ্চিমবংগ

1 এপ্ৰিলত 30 টা সমষ্টি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু পশ্চিমবংগত ৷ নন্দীগ্ৰামত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১ এপ্ৰিলত মুখামুখি হ'ব তেওঁৰ প্ৰাক্তন মন্ত্ৰী সহকৰ্মী সুভেন্দু অধিকাৰী ৷

author img

By

Published : Mar 31, 2021, 10:39 PM IST

Bengal Phase II at glance
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু পশ্চিমবংগ

নিউজ ডেস্ক, 31 মাৰ্চ: ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে পশ্চিম বংগ ৷ 1 এপ্ৰিলত 30 টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । নন্দীগ্ৰামত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখামুখি হ'ব তেওঁৰ প্ৰাক্তন মন্ত্ৰী সহকৰ্মী শোভেন্দু অধিকাৰীৰ বিৰুদ্ধে । ৰাজ্যৰ চাৰিখন জিলাৰ দ্বিতীয় পৰ্যায়ত 30 টা বিধানসভা সমষ্টিৰ 8332 টা ভোটকেন্দ্ৰত ভোটদান হ'ব ।

বৃহস্পতিবাৰে ভোটাৰসকলে 9 টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলৰ 171 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ বাংকুৰা সমষ্টিত সৰ্বাধিক সংখ্যক প্ৰাৰ্থী (11) আছে ৷ আনহাতে, কেশপুৰ আৰু ইণ্ডুচ সমষ্টিত সৰ্বনিম্ন সংখ্যক প্ৰাৰ্থী (3)প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

30 টা সমষ্টিৰ ভিতৰত 6 টা ৰেড এলাৰ্ট সমষ্টি হিচাপে ঘোষণা কৰা হৈছে য'ত তিনি বা ততোকৈ অধিক প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে ৷ 30 টা সমষ্টিৰ ভিতৰত, নন্দীগ্ৰাম সৰ্বাধিক গুৰুত্বপূৰ্ণ কিয়নো ইয়াত মমতা বেনাৰ্জী আৰু শোভেন্দু অধিকাৰীৰ মাজত হ’ব হাই প্ৰ'ফাইল যুজঁ ৷

লগতে পঢ়ক : দিল্লীৰ ছফদৰজংগ হাস্পতালত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.