ETV Bharat / bharat

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়নৰ - পাইলট এচোচিয়েচন

এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ অতিৰিক্ত দৰমহা কৰ্তনৰ পৰ্যালোচনা কৰাৰ বাবে এক জৰুৰী সভাৰ আয়োজন কৰাৰ বাবে আহ্বান জনাই কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়নৰ |

Air India pilot unions write to Puri again for meeting over pay cuts
কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়ানৰ
author img

By

Published : Nov 3, 2020, 11:55 AM IST

নেশ্যনেলডেস্ক,2 নৱেম্বৰ: এয়াৰ ইণ্ডিয়াৰ পাইলত ইউনিয়নে আকৌ এবাৰ কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ ৷ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ অতিৰিক্ত দৰমহা কৰ্তনৰ পৰ্যালোচনা কৰাৰ বাবে এক জৰুৰী সভাৰ আয়োজন কৰাৰ বাবে আহ্বান জনাইছে ৷ সোমবাৰে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ এক যৌথ পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰত ইণ্ডিয়ান পাইলত গিল্ড আৰু ইণ্ডিয়ান কমাৰ্চিয়েল পাইলত এচোচিয়েচনে কয় যে,আমি আমাৰ প্ৰাপ্যৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা, চিকিৎসাৰ উপযুক্ত সুবিধাৰ বাবে যুঁজ দিবলগীয়া হৈছে ৷ বৈষম্যমূলক ভাৱে আমাৰ বেতন কৰ্তন কৰা হৈছে ৷ আন আন কোম্পানী সমূহে তেওঁলোকৰ পাইলট সকলৰ বাবে ক'ভিড সুৰক্ষাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এয়াৰ ইণ্ডিয়াৰ পাইলত সকলৰ ক্ষেত্ৰত তাৰ ওলোটাহে হৈছে ৷ বিমান চলাচলৰ হাৰ আগতকৈ বৃদ্ধি হৈছে ৷ তাৰ পাছতো পাইলটসকলৰ ক্ষেত্ৰত বৈষম্যমূলক ভাৱে বেতন কৰ্তন কৰি আছে ৷

শেহতীয়াভাৱে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ লাইন ইণ্ডিগ'ই পাইলট সকলক জুলাই মাহত দহ দিনৰ ছুটি আৰু নৱেম্বৰ মাহত তিনি দিনৰ ছুটি দিছে ৷ সেয়াও কোনো বেতন কৰ্তন নকৰাকৈ ৷ পাচ বছৰলৈকে 25% বেতন কৰ্তন কৰাৰ সিদ্ধান্তক চৰকাৰে বেআইনী বুলি ঘোষনা কৰিছে ৷ কিন্তু 2020 চনৰ এপ্ৰিল মাহলৈ অতিৰিক্ত 60% ধন কৰ্তন কৰিছে ৷ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাই কয় যে, আমাৰ লগত আপোনালোকে সোনকালে এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনালো ৷ নিপীড়নৰ বিপক্ষে আমাক এক স্থায়ী সিদ্ধান্তত উপনীত কৰিব বুলি আশাবাদী ৷

ৰেটিং এজেঞ্চী ICRAয়ে কয় যে আভ্যন্তৰীণ বিমানৰ যাত্ৰীসকলৰ যাতায়তৰ নিৰীখ ছেপ্তেম্বৰ মাহলৈ উভতায় দিয়া হৈছে ৷ আগষ্ট মাহলৈ যাত্ৰীৰ সংখ্যা প্ৰায় 37 ৰ পৰা 39% বৃদ্ধি হৈছে ৷ যোৱা বছৰৰ ছেপ্তেম্বৰ মাহৰ তুলনাত এই বছৰ প্ৰায় 60 % হ্ৰাস পাইছে ৷

লগতে পঢ়ক: বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.