ETV Bharat / snippets

গোলাঘাটৰ মৰঙিৰ শ’লমাৰিত চলন্ত অৱস্থাত দাওদাওকৈ জ্বলিল এখন বালিভৰ্তি ডাম্পাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 12:54 PM IST

Fire in Golaghat
চলন্ত অৱস্থাতে দাওদাওকৈ জ্বলিল এখন বালিভৰ্তি ডাম্পাৰ (ETV Bharat Assam)

গোলাঘাট, 2 আগষ্ট : গোলাঘাট জিলাৰ মৰঙী শ'লমাৰী গাঁৱৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা দাওদাওকৈ জ্বলি উঠিল এখন বালি ভৰ্তি ডাম্পাৰ । AS05AC0232 নম্বৰৰ বাহনখনৰ কিছু যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ এই দুৰ্ঘটনাটোৰ ফলত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে বাহনখনৰ চালক আৰু হেণ্ডিমেন ।

ঘটনা সংঘটিত হোৱাৰ পাচত গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.