ETV Bharat / state

মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 12:28 PM IST

Updated : Jun 4, 2024, 12:45 PM IST

Assam Lok Sabha Election Results : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত ভোটগণনা অব্যাহত আছে ৷ চতুৰ্থটো ৰাউণ্ডলৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই অগ্ৰগতি লাভ কৰিছে ৷

LOK SABHA ELECTION RESULTS 2024
মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি (ETV BHARAT ASSAM)

মৰিগাঁও, 4 জুন : দেশত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ইতিমধ্যে প্ৰতিখন জিলাৰে নিৰ্দিষ্ট কেন্দ্ৰবোৰত ভোটগণনা অব্যাহত আছে । লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি তেওঁলোকৰ কৌতুহল ব্যক্ত কৰিছে ৷

ইয়াৰ সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ মৰিগাঁও মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত জাগীৰোড, লাহৰীঘাট আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ ভোটগণনা অব্যাহত আছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ভোটগণনা ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: মেজিক নাম্বাৰতকৈ অধিক আসনত অগ্ৰগতি এন ডি এৰ - Lok Sabha Election Results 2024

ইতিমধ্যে জিলাখনত চাৰিটা ৰাউণ্ডত ভোটগণনা সম্পন্ন হৈছে ৷ প্ৰথম ৰাউণ্ডৰ ফলাফল অনুসৰি জাগীৰোড বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডত AIUDF ৰ প্ৰাৰ্থী আমিনুল ইছলামে লাভ কৰে কেৱল ৩৭ টা, কংগ্ৰেছী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ১৮৫০ টা, বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰে ৫০৬৯ টা ভোট।

জাগীৰোড বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ড

AIUDF-575 টা

INC- 7553 টা

BJP- 9419 টা

মৰিগাঁও বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ড

AIUDF-157 টা

INC- 5309 টা

BJP- 10,601 টা ভোট

লাহৰিঘাট বিধানসভা সমষ্টিৰ তৃতীয় ৰাউণ্ড

AIUDF- ৩,৭০৭ টা

INC- ২৩,১১৫ টা

BJP- ৬৪২১ টা ভোট

জাগীৰোড সমষ্টিৰ তৃতীয় ৰাউণ্ড

AIUDF- 1057 টা

INC-11243 টা

BJP-16010 টা ভোট

মৰিগাঁও বিধানসভাৰ সমষ্টিৰ তৃতীয় ৰাউণ্ড

AIUDF- ২৬৩ টা

INC-৮৭১৩ টা

BJP- ১৬১৫৩ টা ভোট

লাহৰীঘাট বিধানসভাৰ সমষ্টিৰ চতুৰ্থ ৰাউণ্ড

AIUDF- 5288 টা

INC-29461 টা

BJP-7796 টা ভোট লাভ কৰে

একেদৰে মৰিগাঁও বিধানসভা সমষ্টিৰ চতুৰ্থ ৰাউণ্ডত AIUDF এ 393 টা ভোট , কংগ্ৰেছে 11959 ৰ ভোট , BJP ভোট 20661 টা ভোট লাভ কৰে । চতুৰ্থ ৰাউণ্ডলৈ বিজেপিয়ে অগ্ৰগতিৰ দিশত গতি কৰিছে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results

Last Updated : Jun 4, 2024, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.