অসম

assam

কলিয়াবৰত অজগৰ উদ্ধাৰ

By

Published : Jul 6, 2022, 11:36 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

শেহতীয়াকৈ কলিয়াবৰৰ ভিন্ন স্থানত ধাৰবাহিকভাৱে বিভিন্ন প্ৰজাতিৰ বিষাক্ত আৰু বৃহৎ আকাৰৰ সাপ উদ্ধাৰ হোৱা দেখা গৈছে (Variety of Snake recovered at Nagaon)। আতংকৰ সৃষ্টি কৰা বহু সাপ ইতিমধ্যে উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলিও কৰা হৈছে । এইবাৰ কলিয়াবৰৰ শেনচোৱা গাঁৱৰ এঘৰৰ কুকুৰাৰ গঁৰালৰ পৰা উদ্ধাৰ অজগৰ (Python rescued in Kaliabor)। অজগৰটোৱে এটা কুকুৰা ভক্ষণ কৰিছিল । অজগৰডালে কুকুৰাটো পেটৰ পৰা উলিয়াই দিয়া দৃশ‍্যও বন্দী হৈছে কেমেৰাত । পাছত প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে অজগৰটো । উদ্ধাৰ কৰা অজগৰটো শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চল ত্ৰিশূলধাৰীত মুকলি কৰি দিয়া হয় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details