অসম

assam

ETV Bharat / snippets

আমেৰিকাত নিৰ্মিত পিষ্টলসহ ৰূপহীহাট আৰক্ষীৰ জালত চান্দ মিঞা

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 9:52 PM IST

RUPAHIHAT POLICE STATION
USAত নিৰ্মিত পিষ্টলসহ ৰূপহীহাট আৰক্ষীৰ জালত চান্দ মিঞা (ETV Bharat Assam)

চামগুৰি, 23 জুলাই :নগাঁৱৰ মধ্য শিয়ালমাৰীত চান্দ মিঞা নামৰ এটা কুখ্যাত অপৰাধীক আটক ৰূপহীহাট আৰক্ষীৰ ৷ বহুকেইটা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ চান্দ মিঞাৰ বিৰুদ্ধে ৷ ধৃত চান্দ মিঞাৰ পৰা আমেৰিকাত নিৰ্মিত এটা .22 পিষ্টল জব্দ ৷ ৰূপহীহাটৰ কাঞ্চনপুৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতেও চান্দ মিঞা জড়িত থকাৰ সন্দেহ ৷ পূৰ্বে বিভিন্ন ডকাইতিকাণ্ডৰ লগতো জড়িত থকাৰ অভিযোগ আছে ধৃত চান্দ মিঞাৰ বিৰুদ্ধে ।

ABOUT THE AUTHOR

...view details