অসম

assam

ETV Bharat / technology

LAVA YUVA 2 5G বনাম MOTO G35 5G: কোনটো উন্নত ? - LAVA YUVA 2 5G VS MOTO G35 5G

LAVA Mobiles-এ মুকলি কৰিছে নতুন Lava Yuva 2 5G । এই প্ৰতিবেদনযোগে আমি ইয়াক Moto G35 5G ৰ সৈতে তুলনা কৰিম ।

lava-yuva-2-5g-vs-moto-g35-5g-comparison-price-features-and-specifications
LAVA YUVA 2 5G বনাম MOTO G35 5G: কোনটো উন্নত ? (LAVA Mobile/Motorola)

By ETV Bharat Tech Team

Published : Dec 29, 2024, 12:07 PM IST

হায়দৰাবাদ: শুকুৰবাৰে LAVA Mobiles এ ভাৰতীয় বজাৰত মুকলি কৰিছে নতুন Lava Yuva 2 5G । এই স্মাৰ্টফোনটোৰ আৰম্ভণি মূল্য 9,499 টকা আৰু ইয়াত AI ফিচাৰৰ সৈতে 50MP ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে । 10 হাজাৰ টকাৰ ভিতৰত এইটো এটা উন্নত স্মাৰ্টফোন বিকল্প । কিন্তু ইয়াৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ বজাৰত বহুতো বিকল্প উপলব্ধ । ইয়াত আমি এই স্মাৰ্টফোনটোক Moto G35 5G ৰ সৈতে তুলনা কৰিম ।

LAVA Yuva 2 5G বনাম Moto G35 5G: ডিছপ্লে স্পেচিফিকেশন

মোবাইল 5G Moto G35 5G
ডিছপ্লে’ চাইজ 6.67 ইঞ্চি 6.72 ইঞ্চি
টেকন’লজি IPS LTPS-LCD
স্ক্ৰীণ ৰিজ’লিউচন 760x1612 পিক্সেলছ HD+ 2400x1080 পিক্সেলছ, ফুল HD+
ৰিফ্ৰেজ ৰেট 90Hz 120Hz
ডিছপ্লে’ প্ৰটেকশ্যন - গ’ৰিলা গ্লাছ 3
টাচ্চ স্ক্ৰীণ কেপাচিটিভ টাচ্চ কেপাচিটিভ টাচ্চস্ক্ৰীণ

LAVA Yuva 2 5G vs Moto G35 5G: Processor

মোবাইল 5G Moto G35 5G
চিপছেট 6nm UNISOC T760 (6 nm)
CPU অক্টা-কোৰ প্ৰচেছ’ৰ

অক্টা-কোৰ প্ৰচেছ’ৰ

(1x2.2 GHz Cortex-A76 & 3x Cortex-A76 & 4x Cortex-A55)

GPU Mali-G57 MC4 @650Hz

LAVA Yuva 2 5G vs Moto G35 5G: Storage

ম’বাইল 5G Moto G35 5G
ইণ্টাৰনেল ষ্ট’ৰেজ 128GB 128GB/256GB
ৰেম 4GB+4GB 4/8GB RAM
এক্সটাৰনেল ষ্ট’ৰেজ 512 GB 1TB পৰ্যন্ত
কাৰ্ড শ্লট মাইক্ৰ’এছডি মাইক্ৰ’এছডি

LAVA Yuva 2 5G vs Moto G35 5G: কেমেৰা

ম’বাইল 5G Moto G35 5G
প্ৰাইমেৰী কেমেৰা

50MP+2MP AI LED ফ্লেছৰ সৈতে

ডুৱেল কেমেৰা

50MP (f/1.8, wide) + 8MP (f/2.2, ultrawide)
Rear Single LED flash
ফ্ৰণ্ট কেমেৰা 8MP কেমেৰা 16MP (f/2.5, wide) কেমেৰা
ভিডিঅ’ ৰেকৰ্ডিং হয় UHD@30fps, FHD@30fps
কেমেৰা বৈশিষ্ট্য প্ৰ’ মোড, পেনোৰামা, ফিল্টাৰ, টাইম লেপছ, শ্ল’ মোশ্যন, নাইট মোড, ইণ্টিলিজেণ্ট স্কেনিং, প’ৰট্ৰেইট মোড, এআই মোড, বাৰ্চট মোড, বিউটী মোড, HDR মোড প’ৰট্ৰেইট, নাইট ভিজন, প্ৰ’, 360 ডিগ্ৰী পেন’ৰামা, জেচচাৰ কেপচাৰ, গুগল লেনচ ইণ্টিগ্ৰেচন

LAVA Yuva 2 5G vs Moto G35 5G: বেটাৰী

মোবাইল 5G Moto G35 5G
প্ৰকাৰ 5000mAh খুলিব নোৱাৰা Li-Ion 5000 mAh battery
চাৰ্জিং 18W 18W TurboPower ক্ষীপ্ৰ চাৰ্জিং
ষ্টেন বাই 510 ঘণ্টা -
টক টাইম 30 ঘণ্টা -

LAVA Yuva 2 5G vs Moto G35 5G: অন্যান্য বৈশিষ্ট্য

ম’বাইল 5G Moto G35 5G
অপাৰেটিং চিষ্টেম android 14 android 14
ছিম Dual SIM (5G + 5G), নেন’+নেন’ Dual SIM (PSIM + eSIM)
কালাৰ Marble Black, Marble White Leaf Green, Guava Red, Midnight Black
চেন্সৰ

এক্সিলেৰ'মিটাৰ, প্ৰক্সিমিটি চেন্সৰ,

মেগনেটোমিটাৰ, এম্বিয়েণ্ট লাইট

চাইড ফিংগাৰপ্ৰিণ্ট ৰিডাৰ, প্ৰক্সিমিটি, এক্সিলেৰ'মিটাৰ,

এম্বিয়েণ্ট লাইট, জাইৰস্কোপ, এছ এ আৰ চেন্সৰ, চেন্সৰ হাব, ই-কম্পাছ

অন্যান্য বৈশিষ্ট্য চাইড ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ফেচ আনলক, বেটাৰী চেভাৰ মোড

ফেচ আনলক

পানী প্ৰতিৰোধী (IP52)

LAVA Yuva 2 5G বনাম Moto G35 5G: মূল্য

দুয়োটা স্মাৰ্টফোনৰ মূল্যৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে LAVA Yuva 2 5G 9,499 টকাত বিক্ৰী কৰাৰ বিপৰীতে Moto G35 5G ৰ মূল্য 9,999 টকা । এই দুয়োটা স্মাৰ্টফোন কোম্পানীসমূহৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক: ভাৰতত মুকলি হ’ল Poco M7 Pro 5G আৰু Poco C75 5G

নৱবৰ্ষৰ আৰম্ভণিতে বজাৰলৈ আহিব OnePlus 13 আৰু OnePlus 13 R

স্মাৰ্টফোনৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে গঢ়িলে নতুন অভিলেখ; শীৰ্ষত এপল

ABOUT THE AUTHOR

...view details