অসম

assam

ETV Bharat / state

Todays Assam Live News: অসম Tue Oct 08 2024 সাম্প্ৰতিক খবৰ

By Assam Live News Desk

Published : 7 hours ago

Updated : 2 minutes ago

Etv Bharat
Etv Bharat (Etv Bharat)

04:07 PM, 08 Oct 2024 (IST)

ৰাজ্যৰ কোন কোন স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ ? ডাকঘৰ জীৱন বীমাৰ সুবিধা কি ?

Post Office Passport Service : ডাকঘৰতো লাভ কৰিব পাৰে পাছপ'ৰ্টৰ সুবিধা । লগতে মাহিলি মাত্ৰ ১০০ টকা প্ৰিমিয়ামতে লাভ কৰিব পাৰে জীৱন বীমা আঁচনি । | Read More

ETV Bharat Live Updates - POST OFFICE PASSPORT SERVICE

03:49 PM, 08 Oct 2024 (IST)

পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম

Unemployment problem: দ্ৰুত হাৰত অসমত বাঢ়িছে নিবনুৱাৰ সংখ্যা ৷ নিবনুৱাৰ শেহতীয়া পৰিসংখ্য়াই চকু কপালত তুলিব আপোনাৰ ৷ সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন- | Read More

ETV Bharat Live Updates - STATE EMPLOYMENT EXCHANGES

02:31 PM, 08 Oct 2024 (IST)

আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

Dibrugarh exceptional Puja: আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালৰ পৰাই পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন ডিব্ৰুগড়ৰ বকুলত । | Read More

ETV Bharat Live Updates - DIBRUGARH EXCEPTIONAL PUJA

02:00 PM, 08 Oct 2024 (IST)

নগাঁৱত আইফেল টাৱাৰ !

Durga Puja in Nagaon: মহিষমৰ্দিনীৰ বন্দনাৰ বাবে সাজু ৰাজ্য়বাসী । সেয়েহে এতিয়া ৰাজ্য়ত ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা । | Read More

ETV Bharat Live Updates - NAGAON EXCEPTIONAL PUJA PANDAL

01:22 PM, 08 Oct 2024 (IST)

এই শালক স্মৰণ কৰিলে কাৰাগাৰৰ পৰাও পাব মুক্তি

Baliya Baba temple in Sadiya :ঐতিহাসিক পৰিচয় বহন কৰা এক ধৰ্মীয় স্থান । এই স্থানৰ কথা ভাবিলেই সিদ্ধি হয় মনোকামনা । | Read More

ETV Bharat Live Updates - TINSUKIA

01:23 PM, 08 Oct 2024 (IST)

বঙাইগাঁও জিলাৰ ঘোঁৰামাৰাত তীব্ৰ উত্তেজনা, উজনি অসমলৈ ইটভাটাৰ শ্ৰমিক নিয়াত বাধা সহস্ৰাধিকৰ

Protest at Ghoramara : ঘোঁৰামাৰাত দালাল, শ্ৰমিক আৰু ৰাইজৰ মাজত উত্তেজনা । উজনি অসমলৈ ইটভাটাৰ শ্ৰমিক নিয়াত বাধা ৰাইজৰ । | Read More

ETV Bharat Live Updates - PROTEST AT GHORAMARA

10:19 AM, 08 Oct 2024 (IST)

মুখ্যমন্ত্ৰীৰ সপোনৰ আন্তৰ্জাতিক মানৰ ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা

Slow construction of Jorhat Stadium : আন্তৰ্জাতিক মানসম্পন্ন ষ্টেডিয়াম হিচাপে গঢ়িবলৈ মুখ্য়মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচতো কামৰ অগ্ৰগতি নোহোৱাত ৰাইজৰ ক্ষোভ । | Read More

ETV Bharat Live Updates - JORHAT

09:47 AM, 08 Oct 2024 (IST)

জ্যোতিষীৰ মতে নাম সলাইয়ো ৰক্ষা নাপাব বিৰোধীয়ে: পীযুষ হাজৰীকা

Pijush Hazarika slams Congress: বিৰোধী ঐক্যমঞ্চৰ নাম সলনিক লৈ তীব্ৰ কটাক্ষ পীযুষ হাজৰীকাৰ । চৰকাৰৰ বিত্তীয় সংকট হোৱা নাই বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । | Read More

ETV Bharat Live Updates - PIJUSH HAZARIKA SLAMS CONGRESS

07:35 AM, 08 Oct 2024 (IST)

সঁজাল ধৰা ধাননিত শুৰ পোকে ভাগিছে কৃষকৰ সপোন

Pests damage paddy field : শুৰ পোকে তহিলং কৰিছে সেউজীয়া পথাৰ । নিদ্ৰামগ্ন কৃষি বিভাগৰ বিৰুদ্ধে অসহায় কৃষকৰ ক্ষোভ । | Read More

ETV Bharat Live Updates - WORM IN PADDY FIELD
Last Updated : 2 minutes ago

ABOUT THE AUTHOR

...view details