Tiger attack in Orang National Park: ধনমণি ডেকাক হত্যা কৰা বাঘৰ চিনাক্তকৰণ অভিযান অব্যাহত । চিনাক্ত কৰিব পাৰিলেই স্থানান্তৰিত কৰা হ'ব চিৰিয়াখানালৈ । | Read More
Assam Breaking News Live: Sat Fri Oct 04 2024 অসমৰ সর্বশেষ সংবাদ - ASSAM NEWS TODAY FRI OCT 04 2024
Published : Oct 4, 2024, 11:41 AM IST
|Updated : Oct 4, 2024, 11:00 PM IST
হত্যাকাৰী বাঘ ক'ত ? কেতিয়া যাব চিৰিয়াখানালৈ ? - TIGER ATTACK IN ORANG NATIONAL PARK
আৰক্ষীতো ১৭ অযোগ্য় বিষয়া ! ১৮ বছৰে কৰি থকা চাকৰি যাও যাও - Assam Police recruitment scam
Assam Police recruitment : বেজৰ নাকতেই খৰ । এইবাৰ আৰক্ষীতেই অযোগ্য় বিষয়া । | Read More
কৃতিত্ব লোৱাৰ যুঁঁজ চলিছে বিজেপিত: অখিল গগৈ - CLASSICAL STATUS TO ASSAMESE
Classical language recognition : অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভক লৈ কৃতিত্ব দাবী কৰিছে কোনে ? | Read More
কটনৰ বাকৰিত কটনিয়ানৰ প্ৰতিবাদ - Cotton University Election 2024
Cotton University: ফলাফল ঘোষণাৰ পিছতেই উত্তপ্ত কটন বিশ্ববিদ্যালয় । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদক লৈ টনা-আঁজোৰা । | Read More
মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম - Equal District in Assam
Equal District : ৰাজ্য়ত সমজিলাৰ সূচনা । অসমত বিলুপ্ত হ'ল মহকুমা । প্ৰশাসনিক সংস্কাৰৰ অৰ্থে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ | Read More
প্ৰায়চিত্ত হিচাপে লাগে ৫০ হাজাৰ টকা, নিদিয়াৰ বাবেই কৰা হ'ল এঘৰীয়া - Darrang family outcast
Boycott from society: পাথৰিঘাটত প্ৰায়চিত্তৰ নামত ৫০ হাজাৰ টকা আৰু ভোজভাতৰ দাবী এখন গাঁৱৰ ৰাইজৰ । কিহৰ বাবে পৰিয়ালটোৱে কৰিব লাগে প্ৰায়চিত্ত ? | Read More
চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক - Beef smuggling in Naharkatia
Beef smuggling: অবাধে চলিছে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় । নাহৰকটীয়াৰ ভূঞা পট্টীত বিধায়কৰ তৎপৰতাত চোৰাং গো-মাংসৰ ঘাটি উৎখাত । | Read More
১০ টকীয়া টিকট কাটি জাহাজত উঠিল প্ৰাক্তন বিধায়ক - Jiten Gogoi Join AJP
Jiten Gogoi: জাহাজত উঠি ছুনামী আনিবলৈ অংগীকাৰবদ্ধ 'কাজিৰঙাৰ ৰজা' । আনুষ্ঠিকভাৱে যোগদান কৰিলে অসম জাতীয় পৰিষদত । | Read More
৩ বছৰত চৰকাৰে ঋণ লৈছে ৪৭ হাজাৰ কোটি - DEBT OF ASSAM GOVERNMENT
Congress review meeting : বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰ্যালোচনা সভাত জিলা কংগ্ৰেছৰ সাংগঠনিক পৰিবৰ্তনৰ ইংগিত । | Read More
অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকা নাথাকিব : অৰিন্দম বৰকটকী - Classical Language Assamese
Classical status to Assamese language: ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাত ভাষাটোৰ ভৱিষ্যতক লৈ কিয় শংকা নাথাকিব ? | Read More
ভাষাৰ স্বীকৃতিত আনন্দিত অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি - Classical Status to Assamese
Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানত আনন্দিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ আৰু ড৹ নগেন শইকীয়া । | Read More
লখিমপুৰত বানৰ অশনি সংকেত ! - NEEPCO releases water
Flood scare: পুৱতি নিশাৰে পৰা নীপকোৱে ৰঙানদীত এৰি দিছে পানী । শাৰদীয় বতৰত লখিমপুৰত সম্ভাব্য বানক লৈ আতংকময় পৰিৱেশ । | Read More
৪০০ বছৰীয়া ৰাজ পৰিয়ালৰ পৰম্পৰাৰে দুৰ্গা পূজা - GAURIPUR ROYAL FAMILY DURGA PUJA
Royal Family Durga Puja: এসময়ত দেৱী দুৰ্গাৰ সন্মুখত এক লাখ বলি দিয়াৰ পৰম্পৰা আছিল । অসমৰ ক'ত আছে এই মন্দিৰটো ? | Read More
ধ্ৰুপদীৰ স্বীকৃতিয়ে কি পৰিবৰ্তন আনিব ভাষালৈ ? - CLASSICAL STATUS TO ASSAMESE
Classical Language: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানত অৰিহণা যোগোৱা আনন্দৰাম বৰুৱা ভাষা, সংস্কৃতি গৱেষণা কেন্দ্ৰ চমুকৈ ABILACৰ সহযোগী অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাৰ প্ৰতিক্ৰিয়া । | Read More
আমাৰ ভাষা জগত সভালৈ যোৱাৰ বাট মুকলি; আশাবাদী নমিতা দেৱী - Classical Language Assamese
Classical Language : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানত অৰিহণা যোগোৱা নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ নমিতা দেৱীক লৈ উৎফুল্লিত নলবাৰীবাসী । | Read More
এইবাৰ বতৰে ম্লান পেলাব নেকি দুৰ্গা পূজাৰ আনন্দ ? - IMD forecast Assam
Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই । সেমেকিব পাৰে ৰাইজৰ পূজাৰ আনন্দ ৷ | Read More
বড়ো সমাজৰ তিনিবিধ পৰম্পৰাগত পানীয়লৈ ভৌগলিক স্বীকৃতি; জানক ইয়াৰ বিশেষত্ব - BODO Traditional Rice Beer
Traditional Rice Beer of Assam: বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়ই লাভ কৰিছে জি আই টেগ ৷ বড়োসকলৰ এইকেইবিধ পানীয়ৰ বিষয়ে কিছু কথা জানো আহক- | Read More
অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়; কিয় ক'লে মুখ্যমন্ত্রীয়ে - Himanta Biswa Sarma Facebook live
Assamese language: অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰাৰ পিছত অৱসান ঘটিল এটা বিতৰ্কৰ । সামাজিক মাধ্যমযোগে বিভিন্ন প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । | Read More
অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition
Assamese language: ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ অসমীয়া ভাষাৰ ৷ শিক্ষামন্ত্ৰীয়ে সকলোকে জনালে অভিনন্দন ৷ কিন্তু এটা বিশেষ কথাত সামাজিক মাধ্যমত দুখ প্ৰকাশ একাংশৰ ৷ | Read More
এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - Durga Puja 2024
Durga Puja in Guwahati: মহানগৰীত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা । বাট-পথ বন্ধ কৰি দুৰ্গা পূজা উদযাপনত নিষেধাজ্ঞা । | Read More
৩৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত জাবৰ নিষ্কাশন প্ৰকল্প - Waste disposal plant in Guwahati
GMC Waste Disposal Project : গুৱাহাটীৰ জাবৰ-জোঁথৰ নিষ্কাশনৰ বাবে অভিলাষী প্ৰকল্প । ৩০০ মেট্ৰিক টন জাবৰ নিষ্কাশনৰ পদক্ষেপ পৌৰ নিগমৰ । | Read More