Puja bonus announced: চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদৰ পিচত পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ । ৰাজ্য়ত বোনাচৰ মুঠ পৰিমাণ ৭৮ কোটি টকা । | Read More
Assam Live News: অসম Sun Oct 06 2024 শেহতীয়া আপডেট - ASSAM NEWS TODAY SUN OCT 06 2024
Published : Oct 6, 2024, 8:48 AM IST
|Updated : Oct 6, 2024, 11:00 PM IST
ৰাজ্যৰ চাহ শ্ৰমিকলৈ সুখবৰ; ২০ শতাংশ পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ - PUJA BONUS FOR TEA WORKERS
ADRE ৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ OMR Sheet আৰু Answer Key কেতিয়া পাব প্ৰাৰ্থীয়ে ? - ADRE 2024
ADRE 2024 OMR Sheet: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷ চাওক সবিশেষ- | Read More
গোলাঘাটত পথ দুৰ্ঘটনাত মৃত্যু চাৰিজনৰ - Golaghat road mishap
Road accident: ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা । গছত খুন্দিয়াই পথৰ দাঁতিত বাগৰিল বাহন । চাৰিজনে হেৰুৱালে প্ৰাণ ৷ | Read More
বিত্তীয় সংকটত ৰাজ্য চৰকাৰ: অধিক ধাৰত পোত গৈ থকা ৰাজ্যৰ তথ্য দিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Assam Govt debt issue
Assam Govt debt: ৰাজ্য চৰকাৰে আকৌ ৭৫০ কোটি টকাৰ ঋণ ল’ব ৷ দ্ৰুতগতিত বৃদ্ধি পোৱা অসম চৰকাৰৰ বিত্তীয় ঋণৰ পৰিমাণে ব্যাপক চৰ্চা লাভ কৰিছে ৷ | Read More
দুৰ্গা প্ৰতিমা দান কৰি মজিব আলীয়ে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন - Communal harmony in Durga Puja
Example of Hindu Muslim harmony: সমাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰাৰ সময়তেই সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে এজন ইছলাম ধৰ্মাৱলম্বী লোকে ৷ | Read More
চৰকাৰী ব্যৰ্থতা ঢাকিবলৈ গোৱালপাৰাত NIA ৰ মৌলবাদী বিৰোধী অভিযান; চিপিআইএম নেতাৰ কটাক্ষ - Operation against JEM activists
JEM activists in Goalpara: গোৱালপাৰাৰ বলবলা, কৃষ্ণাই, টুকুৰা, মেন্দিপথাৰত মৌদবাদীৰ বিৰুদ্ধে NIA ৰ মাৰথন অভিযান । শ্বেখ চুলতান সালাউদ্দিন আয়ুবি নামৰ এজনক গ্ৰেপ্তাৰ । | Read More
জল জীৱন অভিযানত স্থবিৰতা: কংগ্ৰেছক সমালোচনাৰ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - JJM scheme standstill
Jayant Mallabaruah on Jal Jeevan: নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰি কংগ্ৰেছক সমালোচনা জয়ন্ত মল্লবৰুৱাৰ । কংগ্ৰেছে কিমান মানুহক পানী দিছিল ? | Read More
আৰ্থিক সংকটৰ সংজ্ঞা বুজি নাপায় মুখ্যমন্ত্রী ড৹ শৰ্মাই ! - Assam CM on financial crisis
Himanta Biswa Sarma: অসম চৰকাৰৰ ঋণ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ । বিৰোধীক তীব্ৰ সমালোচনা । | Read More
ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে অসমৰ এইখন ঐতিহাসিক চহৰলৈ - EROSION OF BRAHMAPUTRA
River bank erosion: খহনীয়াত এসপ্তাহতে ব্ৰহ্মপুত্ৰত বিলীন ১০টা পৰিয়ালৰ বাসগৃহ । ঐতিহাসিক চহৰখনলৈ ভাবুকি কঢ়িয়াইছে বৰলুইতে ৷ | Read More
দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ; ক’ত দেখা পাব এই মণ্ডপ ? - EXCEPTIONAL DURGA PUJA PANDAL
Durga Puja: ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উছাহ ৷ পূজা সমিতি সমূহে ভক্তক আকৰ্ষণৰ বাবে ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷ | Read More
মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ; জানি লওক এই আঁচনিখনৰ লক্ষ্য আৰু সুবিধাসমূহ - Nijut Moina scheme
Assam Govt Nijut Moina scheme: ৰাজ্যজুৰি মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ । প্ৰথম বছৰত ৰাজ্যজুৰি ১,৫৯,০৯৩ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ'ব আঁচনিৰ ধন । | Read More
কংগ্ৰেছৰ এজনো লোক মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয়: মন্ত্ৰী যোগেন মহন - Minister Jogen Mohan
No Congressman is suitable for the CM Post: মুখ্যমন্ত্ৰী হিচাপে ভূপেন বৰা আৰু গৌৰৱ গগৈক লৈ বিৰ্তক আৰম্ভ হোৱাত প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ ৷ | Read More
আগতে JJM মানে আছিল জল জীৱন মিছন, এতিয়া JJM মানে হৈছে জয়ন্তৰ জেপত মানি: ভূপেন বৰা - Jal Jeevan Mission Assam
বন্ধ হ'ল জল জীৱন মিছনৰ কাম-কাজ । জল জীৱন মিছনৰ কাম-কাজ বন্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । | Read More
পূজা চাবলৈ আহক আৰু মনত ৰাখি যাওক কেইখনমান কিতাপৰ নাম - Duliajan unique Puja Pandal
Puja Pandal in Duliajan: দুলীয়াজানৰ এটা বিশেষ পূজা মণ্ডপ । যি এতিয়া সমাজিক মাধ্যমত বিশেষ চৰ্চা পূজা মণ্ডপটি । কিন্তু কিয় ? | Read More
অনলাইন বজাৰে কোঙা কৰিছে নেকি ক্ষুদ্ৰ ব্যৱসায়ীক ? - Impact of online shopping
Durga Puja 2024: বিশ্বায়নে নিঃশেষ কৰিব নেকি খুচুৰা ব্যৱসায়ীৰ বজাৰ ? পূজাৰ বতৰতো উদাস মনেৰে গ্ৰাহকৰ অপেক্ষাত কাপোৰৰ দোকানী । | Read More
ভাৰতে চীনৰ তথ্য প্ৰযুক্তিৰ অনুসৰণ বন্ধ কৰিব লাগে: জেএনইউৰ অধ্যাপক শ্ৰীনাথ কোণ্ডাপাল্লি - Boderlens Guwahati
JNU professor Srinath Kondapalli: জেএনইউৰ অধ্যাপক শ্ৰীনাথ কোণ্ডাপাল্লিৰ মতে সকলো সীমান্ত বন্ধ হোৱাৰ বাবে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে । | Read More
ধান ক্ৰয়ৰ লক্ষ্য: পৰিমাণ হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ত প্ৰাপ্তিৰ দিশে চাৰিটা সংস্থা - Assam Paddy Procurement
Assam Paddy govt rate: ব্যৰ্থতাৰ বাবে হ্ৰাস কৰি অনা হৈছে ধান ক্ৰয়ৰ পৰিমাণ । দ্বিতীয় পৰ্যায়ত চাৰিটা সংস্থাক ৮৮৭০০ মেট্রিক টন ধান ক্ৰয়ৰ টাৰ্গেট । | Read More
হঠাৎ স্তব্ধ জল জীৱন মিছন, আধাতে বন্ধ পানী যোগান - Jal Jeevan Mission Assam
JMM in Assam : অসমত চৰকাৰে কি কাৰণে জল জীৱন মিছন আধাতে সামৰিলে ? পানী যোগান আঁচনিৰ কাম বন্ধ কৰাৰ কাৰণ কি জানেনে ? | Read More
ব্যক্তিগত নাছিংহোমতকৈ অধিক হাৰত মাচুল বৃদ্ধিক লৈ প্ৰতিবাদত কঁপিছে JMCH - Protest in JMCH
Jorhat Medical College Hospital: বৃদ্ধি হ'ব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৬ টাকৈ সেৱাৰ মাচুল । অধ্যক্ষৰ ঘোষণাৰ পিচতে দল-সংগঠৰ প্ৰতিবাদ । | Read More
সন্তোষ হোজাইৰ অপহৰণ-হত্যাৰ গোচৰৰ বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Santosh Hojai case
Santosh Hojai kidnapping-murder: 2020 চনৰ 24 এপ্ৰিলত ঠিকাদাৰ সন্তোষ হোজাইক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল আৰু পাছত পুতি ৰখা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ ৷ | Read More
গোৱালপাৰাত আটক ১২ জনকৈ সন্দেহজনক মৌলবাদী - OPERATION AGAINST FUNDAMENTALIST
Operation against Islamic fundametalist: গোৱালপাৰাত মৌলবাদী সংগঠনৰ বিৰুদ্ধে NIA আৰু আৰক্ষীৰ যুটীয়া অভিযান । গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ১২ জনকৈ লোকক আটক । | Read More