Road safety week in Assam: পথ-দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ আহ্বানেৰে "ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ” উদ্বোধন পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ ৷ | Read More
Assam Live News: অসম Mon Oct 07 2024 শেহতীয়া আপডেট - ASSAM NEWS TODAY MON OCT 07 2024
Published : Oct 7, 2024, 8:48 AM IST
|Updated : Oct 7, 2024, 10:51 PM IST
দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ লক্ষ্যৰে আৰম্ভ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ
জলজীৱন সংকট : অসমত ৮ হাজাৰোধিক ঠিকাদাৰৰ দ্বাৰা ১৯,৫৫০ কোটি ব্যয়
JJM Controversy : অসমত জে জে এম সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ অভিযোগেৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্পষ্টীকৰণ ৷ | Read More
হস্তী-মানৱ সংঘৰ্ষ প্ৰৱণ গাঁৱত সৌৰ ষ্ট্ৰীটলাইট স্থাপন আৰণ্যকৰ
Aaranyak installed solar streetlights : আৰণ্যকৰ প্ৰশংসনীয় পদক্ষেপ । হস্তী-মানৱ সংঘাত ৰোধৰ বাবে সৌৰ ষ্ট্ৰীট লাইট স্থাপন । | Read More
অনলাইন নিৰ্বাচন: বাট কাটি দিলে কানৈ কলেজে
Online election: ছাত্ৰ ৰাজনীতিত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটাবলৈ ৰাজ্যৰ এখন মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ৷ অনলাইনত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিলে ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ | Read More
ছমাহৰ ভিতৰত মাৰোৱাৰীয়ে শিকিব লাগিব অসমীয়া : মাৰোৱাৰী সমাজৰ সিদ্ধান্ত
Marwari community : সকলো মাৰোৱাৰীয়ে ক'ব আৰু লিখিব লাগিব অসমীয়া ভাষা । প্ৰয়োজনত সহায় ল'ব অভিজ্ঞ শিক্ষকৰ । | Read More
যোৰহাটৰ পূজা মণ্ডপত শোভাবৰ্ধন কৰিছে দিল্লীৰ অক্ষৰধাম মন্দিৰে
Durga Puja in Jorhat : মহিষমৰ্দিনীৰ পূজা-অৰ্চনাৰ বাবে সাজু হৈ উঠিছে ৰাজ্যবাসী । যোৰহাটো তাৰ ব্যতিক্ৰম নহয় । | Read More
চিকিৎসক-চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ সজাগতাৰে চমক দিবলৈ সাজু এটা বিশেষ পূজা মণ্ডপ
Guwahati Satribari Durga Puja: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যত এতিয়া উখল-মাখল পৰিৱেশ ৷ আটকধুনীয়া মণ্ডপ সাজু কৰি পূজা সমিতি সাজু হৈছে চকম দিবলৈ ৷ | Read More
মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি
Durga Puja in Guwahati: মহানগৰীত দুৰ্গোৎসৱৰ উছাহ ৷ আটকধুনীয়া মণ্ডপবোৰত পৰিছে অন্তিম পৰশ । | Read More
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা
ASSP leader arrested : আৰক্ষীৰ জালত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা । ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু নেতা আবু বক্কৰ ছিদ্দিক । | Read More
গুৱাহাটীৰ পূজা সমিতিৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা জি এম চিৰ
GMC cleanliness competition: স্বচ্ছতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি নীতি-নিয়ম পূজা সমিতিবোৰে মানিব লাগিব জনালে জি এম চিৰ মেয়ৰে । | Read More
অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ - Gauhati University
Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতেই প্ৰতিবাদ । | Read More
ৰে'লৱে ভূমি বেদখলকাৰীকেই চৰকাৰৰ বৰপীৰা - PMAY for encroachers In Jonai
AJYCP on PMAY for encroachers: চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই থকাৰ সময়তেই ভূমিহীন শতাধিক পৰিয়ালে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ । | Read More
শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! - Guwahati Unique Puja Pandal
Guwahati Unique Puja Pandal: অসমীয়া-বাংলা ভাষাৰ সমন্বয়ৰ প্ৰতীক হিচাপে দেখা যাব গুৱাহাটীৰ এটা পূজা মণ্ডপ । ক'ত আছে এই মণ্ডপটো ? | Read More
ৰুদ্ৰসিংহই কাক পৰাজিত কৰি বুঢ়ী গোঁসানী দেৱালয় স্থাপন কৰিছিল ? - Burhi Gosani Devalaya in Jorhat
King Rudra Singh : ৰুদ্ৰ সিংহই কোন দেৱীক আগত লৈ যুদ্ধলৈ গ’লে জয়ী হৈছিল ? সেই দেৱালয়খন ক'ত আছে ? | Read More
আশ্ৰয় ল’বলৈ গছৰ অভাৱ; পক্ষীৰ ভৰ সহিব নোৱাৰি ভাগি পৰিল গছৰ ডাল - Mass Death of Birds in Lakhimpur
Migratory birds die: লখিমপুৰৰ ঢকুৱাখনাত গছৰ ডাল ভাগি পৰি পোৱালিসহ ৫০ৰো অধিক পক্ষীৰ মৃত্যু । আঘাতপ্ৰাপ্ত পক্ষীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । | Read More
দৰঙত এটা পৰিয়ালক এঘৰীয়া; ভুক্তভোগী পৰিয়াল সঁচা নে গাঁৱৰ ৰাইজ ? - Darrang Family outcast
Boycott from society: পাথৰিঘাটত ৰামৰাই পাৰা গাঁৱত এটা পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত বাতৰি প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া । | Read More
মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন - Mozammil Haque Memorial Award
Mother Language Day: মঙলদৈত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন । বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ইমৰান শ্বাহক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদান । | Read More
কৰ্মব্যস্ততাৰ পাছতো নিশা পূজা মণ্ডপ নিৰ্মাণত ব্ৰতী হোজাইৰ স্থানীয় যুৱক - Hojai Unique Puja Pandal
Durga Puja 2024: স্থানীয় যুৱক আৰু ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰা হৈছে লংকাৰ ১ নং শ্যামবাৰীৰ দুৰ্গা পূজা মণ্ডপ । | Read More
অৰুণাচলীয়ে আৰু দখল কৰিব নোৱাৰে অসমৰ ভূমি; কিয় ক'লে জোনাইৰ বিধায়কে ? - Assam Arunachal border dispute
Arunachali aggression : জোনাইৰ সীমান্তত উত্তেজনা । অসমৰ ভূমিত অৰুণাচলী দুৰ্বৃত্তই প্ৰৱেশ কৰি তাণ্ডৱ চলালে । চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগীৰ । | Read More