প্ৰাদেশীকৃত মহবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ ব্যাপক সালসলনি । নিযুক্তিৰ নতুন খচৰাক লৈ সৰৱ আছু । | Read More
Sat Nov 23 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি - ASSAM NEWS TODAY SAT NOV 23 2024
Published : Nov 23, 2024, 8:30 AM IST
|Updated : Nov 23, 2024, 3:39 PM IST
সহকাৰী অধ্যাপক নিযুক্তিৰ নতুন নিয়ম হঠকাৰী,গৱেষণাক মূল্যহীন কৰাটো মানি লোৱা নহ'ব: আছু
সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ তেজপুৰৰ হস্তশিল্পীৰ সৃষ্টি
তেজপুৰৰ যুৱ হস্তশিল্পী দিগন্ত ভূঞাৰ অনন্য প্ৰয়াস । অসমীয়া আধ্যাত্মিক মহত্বৰ স্বাক্ষৰ গুৰু আসন আমেৰিকালৈ । | Read More
কোনোবাই যদি নিজৰ ভাষাত সাহিত্য চৰ্চা কৰিব বিচাৰে তাক বিৰোধিতা কৰিব নোৱাৰি: ড৹ নগেন শইকীয়া
শিলচৰত বাংলা সাহিত্য সভা অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াৰ । | Read More
অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত
শীতক আদৰিবলৈ সাজু হওঁক আপুনি । বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এক বিশেষ তথ্য । হ'ব পাৰে বৰষুণ । | Read More
বিহালীত ভোটগণনা আৰম্ভ; ১৩ ৰাউণ্ডত হ'ব গণনা
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ । | Read More
বিধানসভাৰ উপ-নিৰ্বাচন : ৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি
উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে বিহালী, বঙাইগাঁও, ধলাই, চামগুৰি আৰু চিদলী । মুঠ ৩৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । | Read More
ৰাস উপলক্ষে ২৫ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা
ৰাস মহোৎসৱ উপলক্ষে ২৫ নৱেম্বৰ, সোমবাৰে নলবাৰীত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । | Read More
চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও
নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । চাৰিজনকৈ লোকক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ । কন্যাৰ বিবাহৰ প্ৰাকমুহূৰ্তত ঘৰৰ ভিতৰতে উদ্ধাৰ পিতৃ, মাতৃ, ভগ্নীৰ মৃতদেহ । | Read More
ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি : দিছপুৰত মুখ্যমন্ত্ৰীৰ বৈঠক
ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বৈঠক ৷ | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More