ইংৰাজীলৈ অনুদিত সুধাকণ্ঠৰ ১০০ টা কালজয়ী গীত । অসম সাহিত্য সভাৰ সভাপতিয়ে জনালে এই কথা । | Read More
Tue Nov 19 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি - ASSAM NEWS TODAY TUE NOV 19 2024
Published : Nov 19, 2024, 8:30 AM IST
|Updated : Nov 19, 2024, 10:39 PM IST
ভূপেন হাজৰিকাৰ এশটা কালজয়ী গীত ইংৰাজীলৈ অনুবাদ
ৰাইজৰ বাবে ভগৱানসদৃশ এজন আৰক্ষী বিষয়া
এগৰাকী আৰক্ষী বিষয়াই চেৰাইছে উদ্ভণ্ডালিৰ সীমা । আন এগৰাকী আৰক্ষী বিষয়াই জয় কৰিছে সাধাৰণ ৰাইজৰ মন । | Read More
বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি
বনৰীয়া হাতীৰ জাকৰ দলপতি হাতীটোৰ গাত এই অত্যাধুনিক যন্ত্ৰ স্থাপন কৰি উপগ্ৰহৰ যোগেদি দলটোৰ গতি-বিধি লক্ষ্য কৰিব পৰা যাব ৷ | Read More
কৰিমগঞ্জ জিলাৰ নতুন নাম 'শ্ৰীভূমি জিলা'
ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । কেবিনেটৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । | Read More
মণিপুৰৰ হিংসা: গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক, মণিপুৰ চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । | Read More
নাৱৰ পৰা গুৰিয়াই মনোজক নদীত পোলোৱা অমৃশ ক'ত লুকাল ?
প্ৰহাৰ কৰি নাৱত উঠিবলৈ বাধা দিয়া ব্যক্তিক বিচাৰি দধীয়াত আৰক্ষীৰ অভিযান । দোষীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত দধীয়াৰ নাও বন্ধ ঘোষণা । | Read More
এইবাৰ অমৃত সৰোবৰত উপঙিব ভাসমান সৌৰ শক্তি পেনেল
ভাসমান সৌৰ শক্তি প্ৰকল্প কি ? অসমৰ ক'ত ক'ত আছে এই প্ৰকল্প জানেনে ? | Read More
চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হ'ল বিশ্ব ঐতিহ্য সপ্তাহ
ঐতিহ্য সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । | Read More
৬২ খন দেশ অতিক্ৰম কৰি ইণ্ডোনেছিয়াত মীনাক্ষি
নিজৰ মটৰ চাইকেলখনেৰে মীনাক্ষি দাসে অকলশৰে অতিক্ৰম কৰিছে ৬২ খন দেশ । ইতিমধ্যে ৬২ খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি অদম্য সাহস প্ৰদৰ্শন কৰিছে মীনাক্ষিয়ে । | Read More
আকৌ বটদ্ৰৱাত ভূমি বেদখল, মহিলাই উত্থাপন কৰিলে অভিযোগ
বটদ্ৰৱাত পুনৰ ভূমি বেদখলৰ অভিযোগ । খিলঞ্জীয়া পৰিয়ালৰ একচনীয়া ভূমি বেদখলৰ অভিযোগ হান্নান চৌধুৰীৰ বিৰুদ্ধে । | Read More
চৰকাৰৰ প্ৰতি আস্থা হেৰুৱালে ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দুই সহস্ৰাধিক শিক্ষকৰ
চাৰি বছৰে কৰ্মৰত ২২০০ অনিয়মীয়া শিক্ষকৰ নিযুক্তিৰ প্ৰসংগ ওলোমাই ৰাখিছে চৰকাৰে । | Read More
হাতী-বাঘে ত্ৰাসিত কৰিছে কলিয়াবৰবাসীক; প্ৰশাসনে জাৰী কৰিলে সতৰ্কতা
বাঘ-হাতীৰ আতংক মাৰ যোৱা নাই কলিয়াবৰত । নিশা বাঘৰ বিচৰণক লৈ আতংকিত ৰাইজ । | Read More
ভয়ংকৰ ডকাইতিকাণ্ডৰ পৰিকল্পনা বিফল; জালত পৰিল দুৰ্ধৰ্ষ ডকাইত
পৰিকল্পনা নহ’ল সাৰ্থক ৷ নগাঁও আৰক্ষীৰ জালত পৰিল ডকাইতিৰ পৰিকল্পনা কৰা এটা কুখ্যাত ডকাইতৰ দল। অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ডকাইতৰ দলটোক অতি কৌশলেৰে কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ | Read More
মণিপুৰত হিংসাৰ জুই; অসম সীমান্তত সষ্টম পহৰাদাৰ
মণিপুৰৰ হিংসাৰ দাবানলে যাতে অসম ভূমিক স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক আৰক্ষী । নিশাও চলাইছে অভিযান । | Read More
গাঁতৰ পৰা খান্দি উলিয়ালে ৰমেনাৰ মৃতদেহৰ টুকুৰা; কেনেকৈ ঘটিল এয়া !
বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত গাঁতৰ পৰা খান্দি উলিয়ালে বোৱাৰীৰ মৃতদেহ । ঘটনা অতি ৰহস্যঘন... | Read More
নিৰুদ্দেশ বুলি কোনে পোষ্টাৰ আঁৰিছিল ? বিশেষ মানুহটোক লাগে সাংসদ ৰকিবুলক
উপ-নিৰ্বাচনৰ পিচত ধুবুৰী লোকসভা সমষ্টিলৈ উভতিয়েই খং উঠিল ৰকিবুল হুছেইনৰ । খং উঠাৰ কাৰণো আকৌ বেলেগ ধৰণৰ ? | Read More
বুলড’জাৰ আৰু আৰক্ষী বাহিনী লৈ উচ্ছেদ অভিযানত নামিল ডিব্ৰুগড় পৌৰ নিগম
ডিব্ৰুগড়ত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলিল পৌৰনিগমৰ উচ্ছেদ অভিযান ৷ আৰক্ষী প্ৰশাসনৰ সহযোগত পৌৰনিগমে চলায় এই উচ্ছেদ অভিযান ৷ | Read More
বনৰীয়া হাতীক মৰম দিলে তাৰ প্ৰত্যুত্তৰো হাতীয়ে মৰমেৰেই দিয়ে; হাতী বন্ধুৰ কথাৰে...
২০১৭ চনত জন্মগ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমী সংগঠনটো হাতী বন্ধুৱে ২০১৮ চনৰ পৰাই নগাঁও, কাৰ্বি আংলং জিলাৰ সীমান্তত হাতীক খাদ্য যোগানৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছিল ৷ | Read More
এছ আই বৰ্ণালী গোঁহাইৰ প্ৰহাৰত আহত হোৱা নাছিল শিশু ! এছ পি মিশ্ৰকই ক’লে প্ৰমাণ নাই
ভোগদৈ আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ । প্ৰকৃততে কি হৈছিল ? | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More
ধ্ৰুপদী স্বীকৃতিৰ বাবে কিমান দীঘলীয়া আছিল অসমীয়া ভাষাৰ যাত্ৰা ?
অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত আছে বহুতৰে পৰিশ্ৰম আৰু চেষ্টা ৷ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড৹ সংগীতা শইকীয়াই সুঁৱৰিলে সেই দীঘলীয়া যাত্ৰা ৷ | Read More