এগৰাকী বীৰযোদ্ধা । ভাৰতীয় সেনাৰ এই বীৰযোদ্ধাগৰাকীৰ নাম শুনিলে আজিও কঁপি উঠে চীনা সেনাৰ বুকু । | Read More
Assam Today Live - News Updates: অসম Sat Nov 16 2024 শেহতীয়া খবৰ - ASSAM NEWS TODAY SAT NOV 16 2024
Published : Nov 16, 2024, 8:30 AM IST
|Updated : Nov 16, 2024, 11:03 PM IST
ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ: পৰম বিক্ৰমেৰে অকলেই চীনা সৈন্য়ক ৭২ ঘন্টা প্ৰতিহত কৰা বীৰযোদ্ধাজন
উন্নয়নত নহয়, বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ শীৰ্ষত অসম বুলি কটাক্ষ অখিল গগৈৰ
বিৰোধী দলে একত্ৰিত হৈ নিৰ্বাচন খেলাৰ আশা এতিয়াও এৰা নাই অখিল গগৈয়ে । দলৰ যোগদান সভাত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ । | Read More
কিমান ক্ষোভ-দুখ-অভিমান বুকুত বান্ধি এগৰাকী বৰেণ্য সাহিত্য়িকে ক'ব পাৰে- মই অসমবাসীৰ নহয়...
এতিয়াও অসম সাহিত্য সভাৰ বিৰুদ্ধে মাৰ যোৱা নাই ক্ষোভ । "মোৰ মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই" বুলি খেদ য়েছে দৰজে ঠংচিৰ । | Read More
ৰাজ্যজুৰি পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: এটা দিন কেৱল সংবাদ মাধ্যমৰ বাবে
সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । | Read More
নতুন নেতৃত্বৰে নিৰ্বাচন পৰিচালনাৰ প্ৰস্তুতি বিজেপিৰ: সভাপতিৰ চৰ্চাত কাৰ কাৰ নাম ?
বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ শাসকীয় দল । নতুন ৰাজ্যিক সভাপতি নিযুক্তিৰ কুচকাৱাজ আৰম্ভ । | Read More
উত্তপ্ত পৰিস্থিতিৰ মাজতেই ১০ কুকি যুবকৰ মৃতদেহ নিলে মণিপুৰলৈ
কুকি উগ্ৰপন্থী বুলি মণিপুৰ চৰকাৰে দাবী কৰা ১০ যুৱকৰ মৃতদেহ ঘৰলৈ নিয়াত বাধা মাৰ আৰু কুকিৰ । | Read More
নিৰীহৰ ওপৰত বীৰত্ব ! পাণবজাৰ আৰক্ষী থানাত এজাহাৰ
ডেলিভাৰী এজেন্টৰ ওপৰত বীৰত্ব দেখুৱাই বিপদত বৰবৰা । ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী কটনিয়ানৰ । দাখিল হৈছে এজাহাৰ, প্ৰেৰণ স্মাৰকপত্ৰ । | Read More
গুৱাহাটীত ভেণ্ডিং জ'ন নিৰ্মাণৰ ফাইলত মকৰাজাল
যোৱা বছৰতে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত ৮১ টা ভেণ্ডিং জ'ন চিহ্নিত কৰিছিল । এইবোৰ আজি এবছৰে চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে । | Read More
কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ-কংসৰ অট্টহাস্যত উখল-মাখল লুইতৰ দুয়োপাৰ
আনন্দমুখৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত । কৃষ্ণ বন্দনাৰে মুখৰ উজনি-নামনি । বৈছে ৰাসৰ ৰস । | Read More
কোনে আক্ৰমণ কৰিছিল ৰাইডাঙৰ সহকাৰী পৰিচালকক ? ডুমডুমাত পথ অৱৰোধ
দুৰ্বৃত্তই চাহ বাগিচাৰ পৰিচালকক আক্ৰমণ কৰাক লৈ ডুমডুমাৰ হাঁহচৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ । পথ অৱৰোধত আৱদ্ধ শতাধিক যান-বাহন । | Read More
সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম : ১২০ কোটি টকা উপাৰ্জনৰ বিপৰীতে খৰচ ২১০ কোটি টকা
বিজেপি চৰকাৰৰ দিনত ২০১৬-১৭ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈকে পৰিবহণ নিগমৰ মুঠ আয় ৮১৩৮২.২৮ লাখ, ব্যয় ১৪১৭১২.৮৫ লাখ, লোকচানৰ পৰিমাণ ৬০৩৩০.৫৭ লাখ টকা । | Read More
বন্ধ কোঠাত কিহৰ বেহা ? হোটেলৰ পৰা আটক দশম শ্ৰেণীৰ ছাত্ৰী
জোনাইৰ হোম চুইট হোম নামৰ হোটেলত মুকলিকৈ চলিছে অবৈধ দেহ ব্যৱসায় ! হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ দুটি সন্তানৰ পিতৃ সৈতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী ৷ | Read More
কুকি যুৱকৰ মৃতদেহক লৈ শিলচৰত উত্তপ্ত পৰিস্থিতি
কুকি উগ্ৰপন্থী বুলি মণিপুৰ চৰকাৰে দাবী কৰা ১০ মৃত যুৱকৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হৈছিল ৷ | Read More
ডিব্ৰুগড়ৰ হাকৈ বিলত সমূহীয়া মৎস্য চিকাৰ
হেৰাই যাব খোজা চহা জীৱনৰ পৰম্পৰা ধৰি ৰাখিছে ডিব্ৰুগড়ৰ ৰাইজে । পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ৰ হাকৈ বিলত হাজাৰৰো অধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ । | Read More
ৰাসৰ ৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্য; উজনিৰ পৰা নামনিলৈকে ৰাসলীলা
"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন । ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।" শৰতৰ স্নিগ্ধ জোনাকত এতিয়া বৃন্দাবনলৈ ৰূপান্তৰ ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । | Read More
'ৰামায়ণ'ৰ ৰাস-সীতাৰ উপস্থিতিৰে নলবাৰী ৰাসৰ শুভাৰম্ভণি
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ । ৰামায়ণ ধাৰাবাহিকৰ ৰাম-সীতাৰ উপস্থিতিত শুভ উদ্বোধন ৰাস মহোৎসৱৰ দ্বাৰ । | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More