ETV Bharat / state

জ্যোতিষশাস্ত্ৰৰ মতে আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... - DAILY HOROSCOPE

ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ 2025 বছৰ তৃতীয় দিনটো...

Daily horoscope for 3rd January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 6:38 AM IST

মেষ ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন কর্মত ব্যস্ত হৈ পৰিব ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ ভাগৰ অনুভৱ কৰিব ৷

বৃষ ৰাশি : ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত জ্যেষ্ঠসকলৰ দ্বাৰা প্ৰভাম্বিত হব ৷ পদোন্নতিৰ যোগ ৷ পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।

মিথুন ৰাশি : সতৰ্ক হোৱা উচিত ৷ আপোনাৰ কথাই কাৰোবাক আঘাত কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷

কৰ্কট ৰাশি : ভোজ, সুস্বাদ্যু আহাৰ, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা-বতৰাই দিনটো ব্যস্ত কৰি ৰাখিব । দিনটো আনন্দময় ৷ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷ ভ্ৰমণৰ যোগ ৷

সিংহ ৰাশি : আৰ্থিক সম্পদ অৰ্জন কৰিবলৈ ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । বন্ধুৰ সৈতে ফুৰিবলৈ বা বজাৰলৈ যাব পাৰে ৷

কন্যা ৰাশি : দিনটো শুভ ৷ নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিব পাৰে । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিব পাৰিব ৷ সুখী অনুভৱ কৰিব ৷

তুলা ৰাশি : এটা সাধাৰণ দিন । পৰিপক্ক হওক আৰু পৰিয়ালৰ সৰু সৰু বিবাদক এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে সতৰ্ক হওক ।

বৃশ্চিক ৰাশি : পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লগ পাব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷

ধনু ৰাশি : যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷

মকৰ ৰাশি : জীৱন যাপন কৰা প্ৰণালীক সৰল কৰক ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক শুভ ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : দিনটো শুভ ৷ আৰ্থিক লাভ । কামত অগ্ৰগতি লাভ ৷ ঘৰুৱা পৰিৱেশ শান্ত । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাব পাৰে । অত্যাধিক ব্যয়ৰ সম্ভাৱনা । ধৰ্মীয় কাৰ্যকলাপ, ৰীতি-নীতি আদিতো ব্যয় হ’ব পাৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.