ছমাহৰ ভিতৰত পুনৰ যাতায়ত সুচল হৈ উঠিব ধেমাজিৰ কুলাজানৰ পৰা ডিব্ৰুগড়ৰ চ্যুকাফা তিনিআলি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ । পথটোৰ পুনঃনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন । | Read More
Todays Assam Live News: অসম Mon Oct 28 2024 সাম্প্ৰতিক খবৰ
Published : Oct 28, 2024, 8:48 AM IST
|Updated : Oct 28, 2024, 10:30 PM IST
ধেমাজিৰ কুলাজানৰ পৰা ডিব্ৰুগড়ৰ চ্যুকাফা তিনিআলি সংযোগী পথৰ পুনঃনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন
ডুমডুমাত আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি
ডুমডুমাৰ ৰূপাইত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সাধাৰণ সভাত দুই ফৈদৰ মাজত সংঘাত । আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ | Read More
প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন দুতৰপীয়া হ'ব
আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া । এইবাৰ প্ৰথমবাৰৰ বাবে দুতৰপীয়া নিৰ্বাচন অনুষ্ঠিত হ'ব । | Read More
বহু উজাগৰী নিশাৰ শেষত আকাশত উৰাৰ সপোন সঁচা হ’ল পৰাগৰ
বুকুত অদম্য সাহস আৰু বিশ্বাস লৈ আগবাঢ়িলে যে নিজৰ সপোনক বাস্তৱ ৰূপত দিব পাৰি তাৰ জ্বলন্ত উদাহৰণ দেখুৱালে গোলাঘাটৰ এখন ভিতৰুৱা গাঁৱৰ এজন যুৱকে । | Read More
মুখ্যমন্ত্ৰীৰ পোষ্ট দেখি উৎসাহিত বৰপেটাৰ আতচবাজী উদ্যোগী
১৪০ বছৰ পুৰণি বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগ ৷ এই উদ্যোগত প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত আছে প্ৰায় ডেৰ হাজাৰ পৰিয়াল । | Read More
প্ৰত্যাহ্বানৰ মাজতো এখন গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰস্তুত কৰিছে ২০-৫০ হাজাৰকৈ চাকি
এখন গাঁৱৰ গঞাই আজিও জীয়াই ৰাখিছে আজোককাৰ বৃত্তি । বজাৰ সেমেকা হ'লেও নামনে হাৰ । | Read More
ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হ'ব দীপাংকৰ বৰ্মনক
অৱশেষত আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক দীপাংকৰ বৰ্মন । ট্ৰেনজিট ৰিমাণ্ডত অনা হ'ব গুৱাহাটীলৈ । | Read More
কোটিটকীয়া হাউলীৰ ৰাসৰ লটাৰীৰ অনুমতি বিচাৰি মুখ্য সচিবক পত্ৰ
বহুচৰ্চিত হাউলীৰ ৰাসৰ লটাৰী খেলখন অনুষ্ঠিত হ'ব পাৰে ৷ অপেক্ষা এতিয়া চৰকাৰৰ সেউজ সংকেতলৈ ৷ | Read More
বালি খননৰ বিৰুদ্ধে ৰঙনদীৰ বুকুত মাংগলিক ধ্বনিৰে প্ৰতিবাদ
২০০৮ আৰু ২০১৭ চনত মথাউৰিটো ছিগি নদীয়ে চলাইছিল তাণ্ডৱ । সেই অংশতেই বালি মহল স্থাপন । | Read More
দৃষ্টি আকৰ্ষণ কৰিছে এজাক দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰে
Nambor Wildlife Santuary : নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰক মানুহে খাবলৈ দিছিল খাদ্য়। এতিয়া বনাঞ্চললৈকে নাযায় বান্দৰকেইটা । | Read More
বিদ্যুৎস্পৃষ্ট হৈ বহিঃৰাজ্যৰ ট্ৰাকচালকৰ মৃত্যু
Moran tragic incident : মৃত্য়ুৱে যেন হাতবাউলি মাতিছিল চালকজনক । পথৰ কাষত ট্ৰাক ৰখাইছিল লোহা নমবালৈ ধৰোতেই ঢলি পৰিল মৃত্য়ুকোলাত । | Read More
হাজাৰ দুখ-কষ্টৰ মাজতো দীপাৱলীত পোহৰ বিলাবলৈ সাজু অনিতা
Diwali 2024 : বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পীসকলে যুগ যুগ ধৰি মাটিৰ চাকি প্ৰস্তুত কৰি আহিছে । পিছে এতিয়ালৈকে পোৱা নাই কোনো চৰকাৰী সাহাৰ্য । | Read More
পদ্ম হাজৰিকাৰ বাবে মুখ্যমন্ত্ৰীক কাতৰোক্তি ভূপেন বৰাৰ
Assembly Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধীৰ বাকযুদ্ধ তুংগত উঠিছে । পদ্ম হাজৰিকাক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ । | Read More
সমাগত দীপান্বিতা; সতৰ্কতাৰে বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ
দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান পৰিবহণ বিভাগৰ ৷ | Read More
ঈশ্বৰৰ আশীৰ্বাদত সাংসাৰিক জীৱন সুখৰ হ’ব বৃষ ৰাশিৰ লোকৰ...পদোন্নতি লাভ কৰিব পাৰে এই ৰাশিৰ লোকে...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই
কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More