দীঘলীপুখুৰীৰ পাৰৰ শ শ বছৰীয়া গছে জোকাৰিছে ৰাজধানী ৷ উপায় বিচাৰি মুখ্য সচিব বহিল আলোচনাত ৷ | Read More
Assam Today Live - News Updates: অসম Wed Oct 30 2024 শেহতীয়া খবৰ
Published : Oct 30, 2024, 8:48 AM IST
|Updated : Oct 30, 2024, 10:27 PM IST
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বিকল্পৰ সন্ধানত নামিল দিছপুৰ
'ভিজন ২০৪৫' মাষ্টাৰ প্লেন মুকলি
ৰাজ্যৰ দ্বিতীয়খন মহানগৰ ঐতিহাসিক ডিব্ৰুগড়ক সজাই তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিলে মাষ্টাৰ প্লেন । 'ভিজন ২০৪৫' ৰ চূড়ান্ত মাষ্টাৰ প্লেন মুকলি কৰে সৰ্বানন্দ সোণোৱালে । | Read More
মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটে ধনী কৰিছে কাক কাক ? ক'লে বৰদলৈয়ে
দ্বিতীয়বাৰ সাংসদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহজিলাত উপস্থিত প্ৰদ্যুৎ বৰদলৈ ৷ | Read More
জে এম চি এইচত সাময়িকভাৱে বন্ধ সন্ধিয়াৰ অ’ পি ডি সেৱা
জে এম চি এইচত সন্ধিয়াৰ অ’ পি ডি সেৱা আৰম্ভ কৰাৰ মাত্ৰ দুদিনৰ পাছতেই এই সেৱা বন্ধ ৷ | Read More
১২ হাজাৰ কোটি ব্যয়ৰে বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং
ৰাজ্যবাসীৰ বাবে ভাল খবৰ । বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং । ১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া দলঙে সংযোগ কৰিব ডিব্ৰুগড়-ধেমাজি । | Read More
সন্ত্ৰাসবাদ নিপাত যাওঁক ! যোৰহাটত 501 গছি বন্তি প্ৰজ্বলনৰে আছুৰ শ্ৰদ্ধাঞ্জলি
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত 'সন্ত্ৰাসবাদ নিপাত যাওঁক' ধ্বনি দিয়ে । | Read More
নৱজাতক বিক্ৰীৰ ঘটনাত জড়িত এ এম চি এইচৰ কৰ্মচাৰী: আৰক্ষীৰ তদন্তত ওলাইছে বিস্ফোৰক তথ্য
ডিব্ৰুগড় এ এম চি এইচৰ চৌহদতে বিক্ৰী কৰা হৈছিল চিলাপথাৰৰ শিশুটিক ৷ এ এম চি এইচৰ নাৰ্ছেই কৰি দিছিল যোগাযোগ ৷ | Read More
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিবেশনৰ তাৰিখ ঘোযণা
১০ লাখ ভক্তক আদৰিবলৈ সাজু শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখা । যোৰহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন । | Read More
ৰাজ্যত আঠ বছৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে ৭০৭ গৰাকীয়ে
চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ৬৩৭ গৰাকী লোক । | Read More
ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰত বাহৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
প্ৰতিকূল বতৰৰ বাবে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ তেজপুৰত বায়ুসেনাৰ অতিথিশালত বাহৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ৷ | Read More
কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হ'লেও কংগ্ৰেছ মূল শত্ৰু নহয়: অখিল গগৈ
বৰপেটাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । কংগ্ৰেছক বিৰোধিতা কৰিবলৈ গৈ বিজেপিৰ লাভ হোৱা কাম নকৰে অখিল গগৈয়ে । | Read More
শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ: শিক্ষকৰ অভাৱত বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে
এজনীয়া অস্থায়ী শিক্ষকেৰে চলিছে স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠিত লাহোৱালৰ এখন বিদ্যালয় । ১০ নং নাহৰ সাঁকো মাজবাম প্ৰাথমিক বিদ্যালয়ৰ এই অৱস্থাত দুখ প্ৰকাশ ৰাইজৰ । | Read More
নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি কৌশলেৰে কণ্ডেনচেট চুৰি, আটক এক
নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি অব্যাহত তেল চুৰি । তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰি নিয়ে চক্ৰটোৱে । | Read More
বন্ধ হ’ল যোৰহাট-মাজুলী দলং নিৰ্মাণৰ কাম: লিজত দিয়া মাটিৰ বাবদ টকা বিচাৰি হাহাকাৰ কৃষকৰ
বন্ধ হৈ আছে যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য ৷ ইয়াৰ মাজতে বি আৰ চি কোম্পানীয়ে লিজত লোৱা মাটিৰ বাবদ গাঁৱৰ কৃষকক টকা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ | Read More
আমাৰ পৰিয়াল কেইটা নিঃশেষ হ'বলৈ নিদিব ! অসহায় খেতিয়কৰ আহ্বান কৃষিমন্ত্ৰীক
Allegations of depriving farmers: আঁচনিৰ পৰা বঞ্চিত কৃষকৰ ক্ষোভ । শিৱসাগৰত কৃষকক প্ৰকৃত প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰাৰ অভিযোগ । | Read More
ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ
দীঘলীপুখুৰী পাৰৰ সৌন্দৰ্য অটুত ৰখাৰ স্বাৰ্থত শ বছৰ পুৰণি গছৰ তলতে গোটেই নিশা প্ৰতিবাদত বহিল কটনিয়ান ৷ | Read More
অভিশপ্ত ৩০ অক্টোবৰ: গণেশগুৰিত নাই কোনো চৰকাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
১৬ বছৰ অতিক্ৰম কৰিলে অভিশপ্ত ৩০ অক্টোবৰে । ২০০৮ চনৰ আজিৰ দিনটোৰ পৰাই বহু পৰিয়াললৈ নামি আহিছিল অন্ধকাৰ । ঘূৰি নাহিল আৰু প্ৰিয়জন । | Read More
বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা
Protest against cutting of trees: উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদত সুৰ সলালে মুখ্যমন্ত্ৰীয়ে । | Read More
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত হ’ব জাপানী ভাষাৰ শিক্ষাদান
এটা সুখবৰ । জাপানী ভাষা শিকিবলৈ জাপানলৈ যোৱাৰ প্ৰয়োজন নাই । অসমতে জাপানী ভাষা শিকি জাপানত চাকৰি কৰাৰ এক সুযোগ সৃষ্টি কৰা হৈছে । | Read More
পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে
১ নৱেম্বৰত মুকলি হ'ব কাজিৰঙাৰ হাতী ছাফাৰী ৷ দহটা হাতীয়ে পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান ফুৰাবলৈ সাজু হৈছে ৷ | Read More
তুলা ৰাশিৰ জাতকৰ আৰ্থিক লাভৰ সম্ভাৱনা...জনপ্ৰিয়তা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই
কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More