Murder at Bokakhat: বোৱাৰীয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল বৰজনাকৰ - Brother in law murder Bokakhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14512765-thumbnail-3x2-buwari.jpg)
বোকাখাতৰ গঢ়মূৰত ভয়ংকৰ ঘটনা। নিজ বোৱাৰীয়েকৰ ওপৰত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টাৰ অভিযোগ বৰজনাকৰ বিৰুদ্ধে ।(Murder at Bokakhat) বোৱাৰীয়েক পিংকি ৰবিদাসে আত্মৰক্ষাৰ বাবে বৰজনাক বিজয় সিং ৰবিদাসক দাৰে কৰিলে আক্ৰমণ । বৰজনাক বিজয় সিং ৰবিদাসেও দাৰে প্ৰত্যাক্ৰমণ কৰে বোৱাৰীয়েকক । বোৱাৰীয়েকৰ দাৰ ঘাপত ঘটনাস্থলীতে বিজয় সিং ৰবিদাসৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত বোৱাৰীয়েক পিংকি ৰবিদাসক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ ।
Last Updated : Feb 3, 2023, 8:17 PM IST