দৌল উৎসৱত যুৱকৰ দলৰ উদ্ভণ্ডালি - দৌল উৎসৱত যুৱকৰ দলৰ উদ্ভণ্ডালি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14775942-thumbnail-3x2-hjf.jpg)
তামুলপুৰ জিলাৰ জোকমাৰী নিজডেফেলিত চলি থকা দৌল উৎসৱত ঘটিল অঘটন। নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী চাব অহা যুৱকে লণ্ড ভণ্ড কৰিলে ৰভাৰ আচবাব (Vandalism by youth in holi cultural event of Tamulpur) । পহৰা দি থকা আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, যুৱকৰ দলটোয়ে প্ৰথম অৱস্থাত আৰক্ষীৰ সৈতে বাকযুদ্ধতো লিপ্ত হয়। ইয়াৰ পিছতে ৰুদ্ৰ মুৰ্তি ধাৰণ কৰে যুৱকৰ দলটোৱে ।
Last Updated : Feb 3, 2023, 8:20 PM IST