ডিব্ৰুগড়ত অনুষ্ঠিত উকিল সন্থাৰ সপ্তদশতম দ্বি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Lawyers conference at Dibrugarh
🎬 Watch Now: Feature Video
দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত উকিল সন্থাৰ সপ্তদশতম দ্বি-বাৰ্ষিক অধিৱেশনত (Lawyers conference at Dibrugarh) অংশ ল'লে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Cabinet Minister Sarbananda Sonowal in Dibrugarh) ৷ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম উকীল সন্থাৰ সপ্তদশতম দ্বি-বাৰ্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰে । উল্লেখ্য যে, উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union minister Sarbananda Sonowal ) , অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, জেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ অপূৰ্ব কুমাৰ শৰ্মা ।
Last Updated : Feb 3, 2023, 8:21 PM IST