thumbnail

By

Published : Apr 3, 2022, 3:26 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

জলপাইগুৰিত স্ক’ৰপিঅ’ গাড়ীৰ পৰা উদ্ধাৰ কেংগেৰু

পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ গজলডোবাৰ ওচৰত বন বিষয়াসকলে এখন স্ক’ৰপিঅ’ গাড়ীৰ পৰা ২ টা কেংগেৰু উদ্ধাৰ কৰে (Kangaroos rescued in Jalpaiguri) । বৈকুণ্ঠপুৰ বন বিভাগৰ খণ্ড বন বিষয়া হৰিকৃষ্ণনে কৈছিল, কেংগেৰু দুটা বেংগল চাফাৰী পাৰ্কলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে, চোৰাং ব্যৱসায়ীসকলে পলাই যাবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে, মাৰ্চ মাহত অসম-পশ্চিম বংগ সীমান্তৰ ওচৰৰ বাৰোবিছা অঞ্চলত এটা কেংগেৰু উদ্ধাৰ কৰা হৈছিল ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.