নগাঁৱত ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ অৱস্থান ধৰ্মঘট - Trade Union Joint Forum stages protest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14873383-985-14873383-1648567849267.jpg)
চৰকাৰী খণ্ডক ব্যক্তিকৰণ, কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী নীতি, শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে মঙলবাৰে নগাঁৱত ট্ৰেড ইউনিয়ন যৌথ মঞ্চ, কৰ্মচাৰী ফেডাৰেশ্যনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(Trade Union Joint Forum stages protest) ৷ ইফালে, অতি শীঘ্ৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জনবিৰোধী নীতি প্ৰত্যাহাৰ কৰিব নোৱাৰিলে তেখেতক গাদীৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে দুদিনীয়া ভাৰত বন্ধৰো সমৰ্থন জনায় সংগঠনটোৱে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST