thumbnail

By

Published : Jun 22, 2022, 5:02 PM IST

ETV Bharat / Videos

Elephant Menace: ৰঙাপৰাত মোলানগাঁৱত হাতীয়ে ভাঙিলে বাসগৃহ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে (Man Elephant conflict in Assam) । দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটা হাতী কলনীৰ মোলানগাঁৱত জিত বাহাদুৰ গুৰুঙৰ বাসগৃহত প্ৰৱেশ কৰি সকলো বস্তু ভাঙি চুৰমাৰ কৰাৰ (Elephant menace at Rangapara) লগতে চোহেব আনচাৰীৰ সুলভ মূল্যৰ দোকানখনও ভাঙি তহিলং কৰে (Wild elephant persecution at Rangapara) ৷ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.