খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাটি গাহৰিৰ বিচৰণ - খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাটি গাহৰিৰ বিচৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15664800-thumbnail-3x2-nb.jpg)
ৰাজ্যজুৰি বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশৰ(Flood situation in Assam) । বানত বিধ্বস্ত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল(Vast areas devastated by floods) । বৰ্তমানেও ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । অৱশ্যে কোনো কোনো প্ৰান্তত কিছু পৰিমানে পানী কমিছে ৷ সামান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) পানী শুকাইছে যদিও জীৱকুলৰ বিপদ কমা নাই ৷ যাৰ বাবে এতিয়া তীব্ৰ খাদ্য সংকটত ভুগিছে জীৱকুলে (Due to the flooding animals are facing food shortage within the Park) ৷ ফলত খাদ্যৰ সন্ধানত এইদৰে সততে দেখা নোপোৱা মাটি গাহৰি দুটাক পথত বিচৰণ কৰা দেখা গ’ল (Wild animals are in search of food and highlands in Kaziranga National Park) ৷ পিছত বন কৰ্মীয়ে নিৰাপদ স্থানলৈ আঁতৰাই পঠিয়াই এই দুষ্পাপ্য মাটি গাহৰি দুটাক ৷