thumbnail

By

Published : Jul 14, 2022, 9:10 PM IST

ETV Bharat / Videos

Assam CM meets West Bangal CM: কি কি বিষয়ত আলোকপাত কৰিলে দুই মুখ্যমন্ত্ৰীয়ে ?

দাৰ্জিলিঙৰ শৈলচহৰৰ ৰাজভৱনত উপস্থিত হৈ পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তক বিশ্ব শৰ্মাৰ (Assam CM meets West Bangal CM) ৷ দাৰ্জিলিঙৰ ৰাজভৱনত বুধবাৰে দুয়োকে সাক্ষাৎ কৰে ড৹ শৰ্মাই ৷ জগদীপ ধনকাৰ আৰু মমতা বেনাৰ্জীক ফুলাম গামোচা উপহাৰ যাঁচে মুখ্যমন্ত্ৰীগৰাকীয়ে(Mamta Banerjee meets Himanta Biswa Sarma) ৷ একেদৰে মমতা বেনাৰ্জীয়েও ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিলে পশ্চিমবংগৰ এখন গামোচা ৷ সাক্ষাৎকাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কি কি বিষয় সন্দৰ্ভত আলোচনা কৰিলে চাওক সবিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.