অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ - এডিজিপি হীৰেন নাথ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15335775-thumbnail-3x2-kkf.jpg)
‘‘অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে । অস্ত্ৰ আৰু হিংসাৰে সমস্যা সমাধান কৰিবলৈ যোৱাৰ ফলত বহু বিদ্ৰোহী সংগঠন বিফল হৈছে আৰু এতিয়া বহু সশস্ত্ৰ সংগ্ৰামী নেতা মূল সূঁতিলৈ ঘূৰি আহিছে ৷ এইটো আচলতে এটা ভুল সিদ্ধান্ত ৷’’ ডিব্ৰুগড়ত এই মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ৷