কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাৰ জয় লাভ - বিজেপি প্ৰাৰ্থী হেমন্ত কলিতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 2, 2021, 5:12 PM IST

100 নং তিতাবৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাই প্ৰায় 13,292 টা ভোটত জয়ী হয় ৷ এইবাৰ তিতাবৰ সমষ্টিত মুঠ 12,1809 গৰাকী ভোটাৰে ভোট প্ৰদান কৰিছিল । ১৭ ৰাউণ্ডৰ অন্তত এই ফলাফল ঘোষণা কৰা হয় ৷ মুঠ 13,292 টা ভোট লাভ কৰি ভাস্কৰজ্যোতি বৰুৱাই বিজয়ী সাব্যস্ত হয় ৷ সমষ্টিটোত বিজেপিয়ে 50,191 টা আৰু কংগ্ৰেছে লাভ কৰে 63,483 টা ভোট । বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাই 50,191 টা ভোট লাভ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.