মহাষ্টমীত বোকাখাতত দুৰ্গতিনাশিনীৰ আশীষ ল’লে সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal visit Bokakhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16548789-thumbnail-3x2-ghgh.jpg)
মহাষ্টমীত বোকাখাত বাৰোৱাৰী পূজাত দুৰ্গতিনাশিনীৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Maha Ashtami 2022)। ১০৭ বছৰ গৰকা বোকাখাত বাৰোৱাৰী পূজাত উপস্থিত হৈ অসমৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে অসম তথা ভাৰতৰ জনসাধাৰণ আৰু ভক্তপ্ৰান ৰাইজৰ কুশল কামনা কৰি দেৱীৰ ওচৰত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে (Union Minister Sarbananda Sonowal visit Bokakhat)।