Anti drugs mission: লামডিঙত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

By

Published : Jul 13, 2022, 3:54 PM IST

thumbnail

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় ৷ অসম আৰক্ষীয়ে অব্য়াহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission) ৷ সমান্তৰালকৈ মঙলবাৰে নিশা লামডিং আৰক্ষীয়ে অভিযান চলাই লামডিং হৰিয়ম টিলাৰ পৰা হে'ৰইনসহ আটক কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক(Two person arrested with drugs at Lumding) ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৫ গ্ৰাম সন্দেহযুক্ত হেৰইন আৰু নগদ ১৪ হেজাৰ টকা উদ্ধাৰ কৰে ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে পিন্টু দে (২২) আৰু প্ৰদীপ লোধ (২০) বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.