thumbnail

মৰ্মান্তিক ! তিনিদিন ধৰি ভোগদৈৰ বুকুত সন্ধানহীন দুই কিশোৰ

By

Published : May 4, 2022, 10:36 PM IST

মৰিয়নিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ মৰিয়নিৰ ভোগদৈ নদীত গা -ধুবলৈ গৈ সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে দুই কিশোৰ (two boys missing River wave at Mariani) ৷ সন্ধানহীন হৈ থকা মৰিয়নিৰ প্ৰভাত কৰ্মকাৰ আৰু বাবু খান নামৰ দুই কিশোৰৰ আজি পৰ্যন্ত কোনো সম্ভেদ উলিয়াব পৰা নাই SDRFৰ অভিযানকাৰী দলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.