ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ বিচৰাত ব্যস্ত ধেমাজিৰ গঞা - Bohag Bihu in Assam
🎬 Watch Now: Feature Video
আজি গৰু বিহু (Goru bihu celebrations) ৷ সমগ্ৰ অঞ্চলৰ লগতে ধেমাজিতো উদযাপন কৰা হৈছে গৰু বিহু (Assamese Festival) ৷ এই গৰু বিহুৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন অঞ্চলত আমৰলি পৰুৱা টোপ সংগ্ৰহ কৰে অসমীয়াই (Traditional food Red Ant) ৷ জনবিশ্বাস অনুসৰি গৰু বিহু দিনা আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ থাকে ৷ এয়া ধেমাজিৰ ভৰালীচুক, তুলসীবাৰী আদি বিভিন্ন গাঁৱত দেখা গৈছে আমৰলি পৰুৱা টোপ সংগ্ৰহৰ দৃশ্য ৷