তিনিচুকীয়াত প্ৰশাসনৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি - সমাগত দেশৰ স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video
সমাগত দেশৰ স্বাধীনতা দিৱস। স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটা দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে। কিন্তু এইবাৰ পূৰ্বৰ সেই উল্লাহ-উদ্দীপনা নাই পেৰেড গ্ৰউণ্ডত।