প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম ৰাজ্য চৰকাৰ : যোগেন মহন - প্ৰকৃতিক দুৰ্যোগ
🎬 Watch Now: Feature Video
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই হৈ আছে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে বহু লোক । ৰাজ্যখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসন সষ্টম হৈ আছে ৷ লগতে ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ জিলা উপায়ুক্তসকলক চৰকাৰৰ তৰফৰ পৰা সকলো কৰ্তৃত্ব প্ৰদান কৰা হৈছে ৷ সোমবাৰে মৰাণত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mahan on victims of Natural disaster) ।
Last Updated : May 3, 2022, 1:27 PM IST