thumbnail

By

Published : Jun 15, 2021, 3:51 PM IST

Updated : Jun 15, 2021, 5:16 PM IST

ETV Bharat / Videos

গাড়ী চোৰে নিদ্ৰা হৰিছে শোণিতপুৰ আৰক্ষীৰ

তেজপুৰ চহৰৰ লগতে চুবুৰীয়া জিলাসমূহত সঘনাই গাড়ী চুৰিকাৰ্যৰ বাবে নতুন দল গঠন কৰা দুৰ্ধৰ্ষ চোৰ (Thief) চহৰ আলীক আটক শোণিতপুৰ আৰক্ষী (Sonitpur Police)ৰ ৷ মঙলবাৰে এক সংবাদ মেলযোগে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পি ঘানাৱাট (Dr Dhananjay P Ghanawat)য়ে কয় যে, দহটাতকৈ অধিক গোচৰত অভিযুক্ত চোৰ চহৰ আলীক আটক কৰা হৈছে । বিগত এমাহ ধৰি চোৰৰ মাষ্টাৰ মাইণ্ড (Master Mind) চহৰ আলীৰ অনুসন্ধান চলোৱা হৈছিল । তেজপুৰ চহৰৰ মাজমজিয়াত ডকাইতি কাণ্ড সংঘটিত কৰি পলাটক আলীয়ে পূৰ্বে অসম আৰক্ষীৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ বাহনো চুৰি কৰিছিল ।
Last Updated : Jun 15, 2021, 5:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.