thumbnail

By

Published : Sep 4, 2022, 1:14 PM IST

ETV Bharat / Videos

কলিয়াবৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নিতাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ নিত্য নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ ইফালে ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ সচেতন হৈছে গাঁওৰক্ষী বাহিনী তথা সাধাৰণ জনতাও ৷ শেহতীয়াকৈ কলিয়াবৰৰ কুঠৰী বাঘমাৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন সৰবৰাহকাৰী (Ganja seized in Kaliabor) ৷ গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা বাগৰি আৰক্ষীয়ে চলাই অভিযান ৷ জব্দ কৰে প্ৰায় ১২ কেজি ওজনৰ গাঞ্জা । জানিব পৰা মতে শুক্ৰেশ্বৰ চাওতাল নামৰ ব্যক্তিজনৰ ঘৰত আছিল জব্দকৃত গাঞ্জাখিনি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.