Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

By

Published : Jul 28, 2022, 8:13 AM IST

thumbnail

মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত বনবিভাগে উদ্ধাৰ কৰিলে এটা লাজুকী বান্দৰ (Slow loris rescued at Chandrapur) ৷ চন্দ্ৰপুৰৰ শিঙিমাৰীত বুধবাৰে স্থানীয় একাংশ লোকে জংঘলৰ মাজত এটা লাজুকী বান্দৰে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত চন্দ্ৰপুৰ খণ্ড বন বিষয়াই আমচাং অভয়াৰণ্যত মুকলি কৰি দিয়ে লাজুকী বান্দৰটো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.