Slain Kashmiri Pandit cremated : উগ্ৰপন্থীয়ে হত্যা কৰা কাশ্মীৰী পণ্ডিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন - কাশ্মীৰী পণ্ডিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16661235-120-16661235-1665908297028.jpg)
কাশ্মীৰৰ শ্বপিয়ানত উগ্ৰপন্থীয়ে হত্যা কৰা কাশ্মীৰী পণ্ডিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়(Slain Kashmiri Pandit cremated) । শনিবাৰৰ দিনা কাশ্মীৰি পণ্ডিতৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে উগ্ৰপন্থীয়ে হত্যা কৰিছিল পণ্ডিতগৰাকীক(Militants killed Kashmiri Pandit) । পণ্ডিতগৰাকীৰ মৃত্যুত কান্দোত ভাঙি পৰিছে পৰিয়ালৰ লোক ।