ভৃগু কাশ্যপৰ গীতে মোহাচ্ছন্ন কৰিলে নগাঁৱৰ দৰ্শকক

By

Published : Apr 18, 2022, 5:49 PM IST

thumbnail
ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷ চৌদিশ এতিয়া ঢোল-পেঁপাৰ মাত৷ তাৰ মাজতে দেওবাৰে নিশা নগাঁৱৰ পূৱ আমোলাপট্টিত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ সংগীতানুষ্ঠান (Singer Brigu Kashyap performed ) ৷ ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা প্ৰতিকূল বতৰৰ মাজতে এই সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ওলাই আহিল কেইবা সহস্ৰাধিক লোক ৷ কণ্ঠশিল্পীগৰাকীৰ গীতৰ (Singer Brigu Kashyap programme) তালে তালে নাচিলে সকলোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.