তেজস্বিতাৰ বাসগৃহত উপস্থিত ঔৱা সত্ৰৰ সত্ৰাধিকাৰ - Child artist Tejaswita Baruah of Majuli
🎬 Watch Now: Feature Video
মাজুলীৰ শিশু কণ্ঠশিল্পী(Child artist Tejaswita Baruah of Majuli) তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Reaction on death of Tejaswita Baruah) ৷ শনিবাৰে শিশু কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয় ঔৱা সত্ৰৰ সত্ৰাধিকাৰ । তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক কান্দোনৰ ৰোল উঠে আৰু এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় । ঔৱা সত্ৰৰ সত্ৰাধিকাৰগৰাকী তেজস্বিতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷