ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি - ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 29, 2022, 2:14 PM IST

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাব তিথি । সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো উলহ-মালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ তিৰোভাব তিথি । জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ভক্তি ৰসৰ অমিয়া সুৰে সপ্ত বৈকুণ্ঠত পৰিণত হৈছে শ্ৰীশ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিবেশ(Sankaradeva death anniversary) । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা সাংবাদিক সাৰংগপানী শইকীয়াৰ এক প্ৰতিবেদন ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.